ETV Bharat / state

সতীৰ্থৰ গাত দোষ দি দায় সৰাৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - সতীৰ্থ

কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰৰ মাজত বুজাবুজি হৈ গ'লে 10 দিনৰ ভিতৰত কৰিমগঞ্জত মেডিকেল কলেজৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি সমস্যাত পৰিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্বাচনৰ পূৰ্বে মেডিকেলখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ আৰম্ভণি নহ'ল মেডিকেলৰ কাম ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে বিভিন্ন দল-সংগঠন ৷

Minister Himanta Bishwa Sharma is trying to remove the blame by blaming his colleagues
সতীৰ্থৰ গাত দোষ দি দায় সৰাৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Sep 26, 2020, 1:48 PM IST

কৰিমগঞ্জ,26ছেপ্টেম্বৰ : কৰিমগঞ্জত মেডিকেল কলেজ আৰম্ভণিৰ প্ৰতিশ্ৰুতি দি শ’লঠেগত পৰিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকীয়ে কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰৰ মাজত বুজাবুজি হৈ গ'লে 10 দিনৰ ভিতৰতে কৰিমগঞ্জ মেডিকেল কলেজৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিছিল ৷ 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনত এখন চিকিৎসালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Minister Himanta Bishwa Sharma is trying to remove the blame by blaming his colleagues
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ আছে কেইটামান দিন ৷ নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়া দলংখনৰ বৰ্তমানেও হোৱা নাই নিৰ্মাণ কাৰ্য, মন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলবাসী ৷

Minister Himanta Bishwa Sharma is trying to remove the blame by blaming his colleagues
সতীৰ্থৰ গাত দোষ দি দায় সৰাৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অন্য এক খবৰৰ বাবে: ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.