ETV Bharat / state

ৰাষ্ট্ৰীয় হিন্দী দিৱসৰ দিনাই কৰিমগঞ্জত হিন্দী ভাষী ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2020, 7:07 PM IST

কৰিমগঞ্জত হিন্দী ভাষী ছাত্ৰ সংগঠনৰ প্ৰতিবাদ ৷ হিন্দী ভাষাক APSCত পুনৰ বাহাল ৰখাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

Massive Protest In Assam Karimganj District
ৰাষ্ট্ৰীয় হিন্দী দিৱসৰ দিনাই কৰিমগঞ্জত হিন্দী ভাষী ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

কৰিমগঞ্জ,14 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় হিন্দী দিৱসৰ দিনাই কৰিমগঞ্জত হিন্দী ভাষী ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ হিন্দী ভাষাক APSCত পুনৰ বাহাল ৰখাৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ ছাত্ৰ সংস্থাৰ সদস্য সকলে ৷

উল্লেখ্য যে,শেহতীয়া জাননীত APSCত হিন্দী ভাষাক চয়ন ভাষা হিচাপে উঠাই লোৱা হৈছিল । ইয়াৰে প্ৰতিবাদ সোমবাৰে কৰিমগঞ্জত অসম চাহ ছাত্ৰ সন্থা আৰু প্ৰাক্তন ছাত্ৰ সংস্থাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ যোগেদি হিন্দী ভাষাক APSC ত পুনৰ বাহাল ৰখাৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,অতিশীঘ্ৰে প্ৰতিবাদকাৰী সকলে হিন্দী ভাষাক পুনৰ APSC ত অন্তৰ্ভূক্তিকৰণৰ দাবী জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ ভাবুকি দিছে ৷

লগতে পঢ়ক : বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফৰ জ্যেষ্ঠ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.