ETV Bharat / state

ত্ৰিপুৰাৰ পৰা বাছযোগে অসমত উপস্থিত অৰ্ধ-শতাধিক লোক

author img

By

Published : May 11, 2020, 12:12 PM IST

দেওঁবাৰে নিশা ত্ৰিপুৰাৰ পৰা ৰাজস্থান আৰু অসমৰ প্ৰায় শতাধিক লোক বাছ যোগে অসমত উপস্থিত হয় ৷ প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই চৰকাৰৰ অনুমতি সাপেক্ষে যাবলৈ অনুমতি প্ৰদান কৰে ৷

MANY PEOPLE COME FROM TRIPURA. ALL PEOPLE ASSAM AND RASATHAN
ত্ৰিপুৰাৰ পৰা বাছযোগে অসমত উপস্থিত অৰ্ধ-শতাধিক লোক

কৰিমগঞ্জ, 11 মে' : কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তে দেওঁবাৰে নিশা ত্ৰিপুৰাৰ পৰা বাছযোগে অৰ্ধ-শতাধিক লোকে অসমত প্ৰৱেশ কৰে ৷ অসম-ত্ৰিপুৰা চূড়াইবাড়ি সীমান্তৰে ৰাজস্থান আৰু অসমৰ লোক সকল উপস্থিত হয় কৰিমগঞ্জত ৷ প্ৰায় 10 খন বাছৰে তেওঁলোক অসমত প্ৰৱেশ কৰে ৷

তেওঁলোকৰ উপস্থিতিৰ পিছতে প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই অসম চৰকাৰ আৰু কৰিমগঞ্জ প্ৰশাসনৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে কৰিমগঞ্জ জিলা অতিক্ৰম কৰাই দিয়ে ৷

বাছত থকা ৰাজস্থানৰ লোকসকল ত্ৰিপুৰাত অধ্যয়নৰত শিক্ষাথী সকলৰ অভিভাৱক আৰু গোৱালপাৰাৰ লোকসকল শ্ৰমিক বুলি প্ৰশাসনে জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাত কভিড-19ৰ ফলাফলা নিগেটিভ আহিছিল ৷

লগতে পঢ়ক : বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.