ETV Bharat / state

কৰিমগঞ্জত হোম কোৱাৰেন্টাইনত থকা যুৱকৰ দেহত কোভিড-19

author img

By

Published : Jun 4, 2020, 11:46 AM IST

হোম কোৱাৰেন্টাইনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল কৰিমগঞ্জৰ যুৱক ৷ যুৱকজন 21 মে'ত মুম্বাইৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছিল । প্ৰথমে কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ পাচত হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছিল তেওঁক ৷

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়
কৰিমগঞ্জত হোম কোৱাৰেন্টাইনত থকা যুৱকৰ দেহত কৰ'ণাৰ অৱস্থিতি

কৰিমগঞ্জ, 4 জুন : কৰিমগঞ্জত হোম কোৱাৰেন্টাইনত থকা এজন যুৱক COVID-19 পজিটিভ চিনাক্ত হৈছে । এই পৰ্যন্ত কৰিমগঞ্জ জিলাত দুগৰাকী হোম কোৱাৰেন্টাইনত থকা লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

পাথাৰকান্দি সমষ্টিৰ শিবেৰগুল এলেকাৰ জন্মজিত দাস নামৰ 22 বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছে COVID-19 ৰ উপস্থিতি । যুৱকজন 21 মে'ত মুম্বাইৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছিল । ইয়াৰ পাচতে তেওঁক কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰথম অৱস্থাত যুৱকজনৰ নমুনাৰ ৰিপোৰ্ট নিগেটিভ অহাত 28 মে'ত তেওঁক প্ৰেৰণ কৰা হৈছিল হোম কোৱাৰেন্টাইনত ।

কিন্তু, হোম কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰাৰ পাচতে যুৱকজনৰ পুনৰ নমুনা পৰীক্ষাত COVID-19 পজিটিভ বুলি ধৰা পৰে ৷ যোৱা নিশা তেওঁক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ COVID হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.