ETV Bharat / state

কৰিমগঞ্জত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

author img

By

Published : May 15, 2019, 10:34 PM IST

মঙলবাৰে অমিত শ্বাহৰ ৰ'ড-শ্ব' চলি থকাৰ সময়ত সংঘটিত আক্ৰমণৰ ঘটনা আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ গুণ্ডাগিৰিৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে । মমতা বেনাৰ্জী নাৰী জাতিৰ কলংক বুলি কয় বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সীমা নন্দীয়ে।

কৰিমগঞ্জত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

কৰিমগঞ্জ,15 মে': পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কৰ্মকাণ্ডক লৈ সৰৱ হৈছে কৰিমগঞ্জ জিলা বিজেপি। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চাই। মমতা বেনাৰ্জীয়ে গণতন্ত্ৰক হত্যা কৰাৰ চেষ্ঠা চলোৱাৰ অভিযোগ কৰিমগঞ্জ বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সীমা নন্দীৰ ।

কৰিমগঞ্জত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

মঙলবাৰে অমিত শ্বাহৰ ৰ'ড-শ্ব' চলি থকাৰ সময়ত সংঘটিত আক্ৰমণৰ ঘটনা আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ গুণ্ডাগিৰিৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে। মমতা বেনাৰ্জী নাৰী জাতিৰ কলংক বুলিও কয় সভানেত্ৰীগৰাকীয়ে।

Intro:Body:SLUG:- MAMATA BANERJEE EFFIGY BURN, KARIMGANJ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা ব্যানাৰ্জিৰ কৰ্মকাণ্ড লৈ গৰ্জি উঠিল কৰিমগঞ্জ বিজেপি । মমতাক ব্যানাৰ্জিক ধীক্কাৰ জনাই মুৰ্দাবাদ ধ্বনী দি পুতুলা দাহ কৰিলে কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চায়। মহিলা মৰ্চাৰ সদস্যাসকলে মমতাৰ পুতুলা লৈ কৰিমগঞ্জ চহৰৰ ৰাজপথ পৰিভ্ৰমন কৰি শ্বহিদ স্মৰনিত দাহ কৰে পুতুলা । কৰিমগঞ্জ বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সীমা নন্দীয়ে কয়, মমতা ব্যানাৰ্জিয়ে প্ৰতিনিয়ত গণতন্ত্ক হত্যা কৰাৰ চেষ্ঠা চলাই আছে । যোৱাকালি অমিত শ্বাহ ৰোড-শ্বো চলি থকাৰ সময়ত আক্ৰমনৰ ঘটনা আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰত আক্ৰমনৰ গুণ্ডাগিৰিৰ বাহিৰে একৌ নহয় । তেওঁ নাৰি জাতিৰ কলংক লগতে বঙালি জাতিৰ বাৱেও কলংক বুলি কয় সভানেত্ৰীগৰাকিয়ে ।
কৰিমগঞ্জ, ১৫-০৫-১৯Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.