কৰিমগঞ্জ, ১২ জুলাই : পাথাৰকান্দিৰ খালপাৰ গাঁৱত আয়োজন কৰা হৈছে ৰথযাত্ৰাৰ । দক্ষিণ বিলবাৰী, উত্তৰ বিলবাৰী, পাত্ৰাগ্ৰাম, মন্ত্ৰী গ্ৰাম, ছাত্ৰাগ্ৰাম, পেকুৰগ্ৰাম আৰু নয়াডহৰ এই সাতখন গাঁৱৰ ৰাইজে আয়োজন কৰিছে এই ৰথযাত্ৰাৰ । ৰথযাত্ৰাৰ অন্তিমটো আখৰা যোৱা নিশা প্ৰতিখন গাঁৱতে সমাপ্ত হৈছে । কিছু দিনৰ পৰা ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণেও কমাব পৰা নাই ৰাইজৰ উছাহ ।
কৰিমগঞ্জত ৰথযাত্ৰাৰ প্ৰস্তুতি - কৰিমগঞ্জ
জিলাখনৰ পাথাৰকান্দিত শুক্ৰবাৰে আয়োজন কৰা হৈছে জগন্নাথ দেৱৰ ওলোটা ৰথ যাত্ৰাৰ অন্তিমটো যাত্ৰা । অঞ্চলটোত বহু বছৰ ধৰি পালিত হৈ আহিছে এই উৎসৱ ।
জগন্নাথ দেৱৰ অন্তিমটো যাত্ৰাৰ আয়োজন
কৰিমগঞ্জ, ১২ জুলাই : পাথাৰকান্দিৰ খালপাৰ গাঁৱত আয়োজন কৰা হৈছে ৰথযাত্ৰাৰ । দক্ষিণ বিলবাৰী, উত্তৰ বিলবাৰী, পাত্ৰাগ্ৰাম, মন্ত্ৰী গ্ৰাম, ছাত্ৰাগ্ৰাম, পেকুৰগ্ৰাম আৰু নয়াডহৰ এই সাতখন গাঁৱৰ ৰাইজে আয়োজন কৰিছে এই ৰথযাত্ৰাৰ । ৰথযাত্ৰাৰ অন্তিমটো আখৰা যোৱা নিশা প্ৰতিখন গাঁৱতে সমাপ্ত হৈছে । কিছু দিনৰ পৰা ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণেও কমাব পৰা নাই ৰাইজৰ উছাহ ।
Intro:ব্যতিক্ৰমী ৰথযাত্ৰাৰ অন্তিম প্ৰস্তুতি কৰিমগঞ্জত।Body:SLUG: LAST RATHYATRA PREPARATION.
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত আজি অনুষ্ঠিত হব জগন্নাথ দেৱৰ ওলোটা ৰথ যাত্ৰাৰ অন্তিমটো যাত্ৰা । ৰথযাত্ৰাৰ পৰিসমাপ্তি অনুষ্টানটো পাথাৰকান্দিৰ খালপাৰ গাঁওত যুগ যুগ ধৰি পালন কৰি অহা হৈছে । পথাৰৰ মাজত একেলগে সাতখন গাঁওৰ লোকে সুসজ্জিত ৰথ লৈ মিলিত হয় । সেয়া লাগিলে পথাৰত এহাটু বোকা হওঁক নহ'লে একখাল পানী । সকলো বাধা নেওচি দক্ষিণ বিলবাৰী, উত্তৰ বিলবাৰী, পাত্ৰাগ্ৰাম, মন্ত্ৰী গ্ৰাম, ছাত্ৰাগ্ৰাম, পেকুৰগ্ৰাম আৰু নয়াডহৰ এই সাতখন গাঁওৰ পৰা ৰথ উলিয়াই খালপাৰ গাঁওৰ পথাৰত একেলগে মিলিত হৈ ৰথযাত্ৰাৰ উতসৱত অংশ গ্ৰহণ কৰে । আৰু ৰথযাত্ৰাৰ অন্তিমটো আখৰা যোৱা নিশা প্ৰতিখন গাঁওতে সমাপ্ত হৈছে । আনহাতে একাংশ গাঁও লংগাই নৈৰ বিপৰীত প্ৰান্তত থকাৰ বাবে ৰথসমুহ কালি দিনৰ ভাগত ভৰা নৈ পাৰ কৰোৱা হৈছে । যিহেতু যোৱা কিছু দিনৰ পৰাই অব্যাহত আছে নেৰানেপেৰা বৰষুণ । তথাপিও অন্তিমটো ৰথযাত্ৰাৰ আনন্দ উল্লাসত যেন অলপো ভেটা পৰা নাই । আজি বিয়লিৰ ভাগত অনুষ্ঠিত হব সপ্তৰথ খ্যাত এই অন্তিমটো ৰথযাত্ৰাৰ অনুষ্ঠান ।
Conclusion:আজি বোকা পানীৰ মাজত এক উখল মাখল পৰিবেশৰ সৃষ্টি হব।