ETV Bharat / state

কৰিমগঞ্জত 1002 হিতাধিকাৰীক ভূমি পট্টা প্ৰদান

author img

By

Published : Oct 5, 2020, 5:53 PM IST

কৰিমগঞ্জত 1002 গৰাকী হিতাধিকাৰীৰ হাতত ভূমি পট্টা তুলি দিলে কৰিমগঞ্জৰ জিলাধিপতি এম আম্বামুথুন এম পি এ ।

কৰিমগঞ্জত 1002 গৰাকী হিতাধিকাৰীক ভূমি পট্টা প্ৰদান

কৰিমগঞ্জ, 5 অক্টোবৰ: ৰাজ্য জুৰি সোমবাৰে ভূমিহীন লোকসকলক চৰকাৰে ভূমি পট্টা প্ৰদান কৰে। ঠিক একেদৰে কৰিমগঞ্জ জিলাতো 1002 গৰাকী হিতাধিকাৰীৰ হাতত ভূমি পট্টা তুলি দিলে কৰিমগঞ্জৰ জিলাধিপতি এম আম্বামুথুন এম পি এ ।

ভূমি পট্টা প্ৰদান উপলক্ষ্যে সোমাবাৰে কৰিমগঞ্জ পুথিভঁৰাল প্ৰেক্ষাগৃহত এক সভাৰো আয়োজন কৰা হয় । ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ, পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ সহ জিলা বিজেপিৰ বহু সদস্য ।

লগতে পঢ়ক : নৱবৰ্ষৰ আৰম্ভণিতে মুকলি হ'ব যোৰহাট ন-আলিৰ উৰণীয়া সেঁতু : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.