কৰিমগঞ্জ, 25 অক্টোবৰ: প্ৰতিকূল বতৰকো নেওচি কৰিমগঞ্জত মা দূৰ্গাৰ আশীষ ল'লে অজস্ৰ ভক্তই ৷ একেদৰে 147 বৰ্ষ গৰকা কৰিমগঞ্জ টাউন কালিবাৰী পূজাত ৰাইজে নৱমীৰ দিনটোত অনুষ্ঠিত কৰিলে কুমাৰী পূজা ৷ ভিন্ন প্ৰান্তৰ লগতে সম্পূৰ্ণ COVID প্ৰট'কল মানি কৰিমগঞ্জত ৰাইজে পালন কৰে দূৰ্গা পূজা ৷
লগতে পঢ়ক: তেজপুৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন