ETV Bharat / state

কৰিমগঞ্জত শক্তি প্ৰদৰ্শন কৃপানাথ মাল্লাহৰ

ৰাষ্ট্ৰীয় নেতা মহেন্দ্ৰ সিঙৰ উপস্থিতিত হাজাৰ-হাজাৰ সমৰ্থকক লগত হৈ মনোনয়ন দাখিল কৰিলে কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহে ৷

কৃপানাথ মাল্লাহ
author img

By

Published : Mar 26, 2019, 11:50 PM IST

Updated : Mar 27, 2019, 2:09 AM IST

কৰিমগঞ্জ,26 মাৰ্চ : দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰে কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা অসম বিধান সভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লাহে ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা অসমৰ লোকসভাৰ নিৰ্বাচনৰ দায়িত্বত বিজেপি নেতা মহেন্দ্ৰ সিং , মন্ত্ৰী পৰিমল শুক্লবৈদ্য , বিধায়ক কৃষ্ণেন্দু পাল সহ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিজেপি নেতাসকলে ৷

কেইবাহাজাৰ সমৰ্থকক লৈ কৃপানাথ মাল্লাহৰ মনোনয়ন পত্ৰ দাখিল

কেইবাহাজাৰ সমৰ্থক সহ সমষ্টিটোৰ পৰা অন্তিমটো দিনত প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ সংবাদ মাধ্যমৰ আগত মহেন্দ্ৰ সিঙে মন্তব্য কৰি কয়যে, আগন্তুক নিৰ্বাচনত বিজেপি বিপুল সংখ্যক ভোটেৰে জয়ী হৈপুনৰ প্ৰধান মন্ত্ৰী আসনত অধিষ্ঠিত হ'ব নৰেন্দ্ৰ মোডী । তেওঁ লগতে কংগ্ৰেছকসমালোচনা কৰি কয় যে, তৰুণ গগৈৰ 15 বছৰৰ চৰকাৰখনৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে মাথো তিনিটা বছৰতে অসমৰ যথেষ্ট উন্নয়ন কৰিছে ৷

SLUG: BJP CANDIDATE NOMINATION SUBMISSION, KARIMGANJ
কেইবাহেজাৰ সমৰ্থক লৈ কৰিমগঞ্জত মনোনয়ন জমা দিলে কৃপানাথ মালাহয় | আজি দ্বীতিয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাৱে মনোনয়ন জমা দিয়াৰ অন্তিমটো দিন । দিনটোত ভাৰতৰ সংসদীয় আচনৰ ১নং কৰিমগঞ্জ সমষ্ঠিৰ বাৱে বিজেপি প্ৰাৰ্থী হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মালাহয় দুপুৰিয়া ২.৪৩ মিনিটত মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশেৰ মন্ত্ৰী তথা অসম বিজেপিৰ প্ৰভাৰি মহেন্দ্ৰ ছিঙ, অসমৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়াক কৃষ্ণেন্দু পাল সহ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিজেপি নেতা সকলে । কেইবাহেজাৰ সমৰ্থক লৈ মনোনয়ন দাখিল কৰি কৃপানাথ মালায় কয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভাল কাম কৰাৰ বাৱে বিজেপিৰ জয় নিশ্চিত । 
মহেন্দ্ৰ ছিঙে কয়, ১নং আচনখনত এক নম্বৰতে থাকিব বিজেপি । বিপুল সংখ্যক ভোটৰে কৃপানাথ মালাহয় জয়লাভ কৰি আৰু নৰেন্দ্ৰ মোডী পুনৰ প্ৰধান মন্ত্ৰী হব । কংগ্ৰেছৰ সমলোচনা কৰি কয়, তৰূণ গগৈৰ ১৫ বছৰৰ চৰকাৰৰ কামত সৰ্বানন্দ সনোৱালৰ মাথৌ তিনি বছৰই ভাড়ি পড়িছে । তিনি বছৰত অসম তথা বৰাক প্ৰভূত উন্নতি হৈছে । 
বিপিএন চক্ৰৱৰ্তী, কৰিমগঞ্জ, 
২৬-০৩-১৯, ফাইল এফটিপিত দিয়া আছে
Last Updated : Mar 27, 2019, 2:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.