ETV Bharat / state

কৰিমগঞ্জ জিলাৰ বদৰপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

author img

By

Published : Mar 28, 2019, 10:53 PM IST

বন্ধ হৈ পৰিছে বদৰপুৰ উপসংমণ্ডলৰ অধীনৰ প্ৰায় সকলো জল প্ৰকল্প

কৰিমগঞ্জ জিলাৰ ৱদৰপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

কৰিমগঞ্জ,২৮ মাৰ্চঃ কৰিমগঞ্জৰ বদৰপুৰত খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি । সম্প্ৰতি বন্ধ হৈ পৰিছে বদৰপুৰ উপসংমণ্ডলৰ অধীনৰ প্ৰায় সকলো জল প্ৰকল্প । কোনো ঠাইত যদি তেলৰ অভাৱ হৈছে ,আন ঠাইত আকৌ বিভাগীয় কৰ্মীৰ হেমাহিৰ বাবে উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ । ইফালে জনপ্ৰতিনিধিয়ে পালন কৰা নাই নিজৰ প্ৰতিশ্ৰুতি । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ । লগতে আগন্তুক নিৰ্বাচনত ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিব বুলি সাধাৰণ ৰাইজে মন্তব্য কৰে সাংবাদিকৰ ওচৰত ।

Intro: ৱদৰপুৰ ত খোৱা পানিৰ হাহাকারBody:কৰিমগঞ্জ জিলা ৰ সকলো ঠাই লগত ৱদৰপুৰ ত ও খোৱা পানিৰ হাহাকার।ৱদৰপুৰ উপসংমণ্ডলৰ অধীনত প্ৰায় সকলো জল প্ৰকল্পৰ ৱনধ হৈ পৰিছে।কোন ঠাইত যদি তেলৰ ভাৱে আন কোনো ঠাইত ৱিভাগীয কৰ্মিৰ হেমাহিৰ শিকার। চাউক ৱগলীগুল জল প্ৰকল্পৰ অৱস্থা।Conclusion:কোন নেতা পতিশ্ৰুতি দিয়ে পালন কৰা নাই।তাই আগন্তুক নিৰ্বাচন ত ইয়াৰ উত্তর দিৱ ৰাইজে এনে ভাবুকি দি কলে.....
স্বপ্নজীৎ নাথ ৱদৰপুৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.