ETV Bharat / state

ছাত্ৰক ভুৱা গোচৰত আটক কৰাৰ বিৰুদ্ধে থানা ঘেৰাও আমছুৰ - আমছু

আমছাৰ দক্ষিণ কৰিমগঞ্জৰ ব্লক সভাপতি বাহাৰ উদ্দিন নামৰ ছাত্ৰজনক যড়যন্ত্ৰমূলকভাৱে ভুৱা গোচৰত আটক কৰাৰ পাচতে সোমবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানা ঘেৰাও কৰে আমছুৱে ৷

Karimganj Thana gherao by AAMSU
ছাত্ৰক ভুৱা গোচৰত আটক কৰাৰ বিৰুদ্ধে থানা ঘেৰাও আমছুৰ
author img

By

Published : Jul 27, 2020, 3:03 PM IST

কৰিমগঞ্জ, 27 জুলাই : সোমবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানা ঘেৰাও কৰে আমছু ছাত্ৰ সংগঠনটোৱে ৷ উল্লেখ্য যে,অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত কৰা আন্দোলনৰ বাবে আমছুৰ দক্ষিণ কৰিমগঞ্জৰ ব্লক সভাপতি বাহাৰ উদ্দিন নামৰ ছাত্ৰজনক যড়যন্ত্ৰমূলকভাৱে ভুৱা গোচৰত আটক কৰা হৈছিল ।

ছাত্ৰক ভুৱা গোচৰত আটক কৰাৰ বিৰুদ্ধে থানা ঘেৰাও আমছুৰ

বিজেপি কৰ্মীৰ গোচৰৰ ভিত্তিত বাহাৰ উদ্দিনক পাথাৰকান্দি আৰক্ষীয়ে আটক কৰিছিল । সেয়েহে ছাত্ৰজনৰ মুক্তিৰ দাবীত থানা ঘেৰাও কৰে আমছুৰ এটা প্ৰতিনিধি দলে ।

ইফালে,আৰক্ষীয়ে সদৰি কৰা মতে,আইনী প্ৰক্ৰিয়াৰ মাজেৰে আদালতৰ পৰা জামিন ল’ব লাগিব বাহাৰ উদ্দিনে ।

লগতে পঢ়ক : মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.