ETV Bharat / state

কৰিমগঞ্জত অন্ধবিশ্বাসৰ কৱলত ৰাইজ

বিশ্বায়নৰ এই যুগতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গ্ৰাস কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তক ৷ এনে এক অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাত

author img

By

Published : Sep 3, 2019, 6:45 PM IST

কৰিমগঞ্জত অন্ধবিশ্বাসৰ কৱলত ৰাইজ

কৰিমগঞ্জ, 3 ছেপ্তেম্বৰঃ বিশ্বায়নৰ এই যুগতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গ্ৰাস কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তক ৷ এনে এক অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাত ৷ বিগত দহ আগষ্ট তাৰিখে এগৰাকী মহিলাই পথাৰৰ কাম সামৰি ঘৰলৈ গৈ থকা সময়তে পথত পৰি থকা অৱস্থাত লাভ কৰে এটা শিল ৷ ইয়াৰ তিনি চাৰিদিন পিছত একে গাঁৱৰে সঞ্জিতা সিনহা নামৰ আন এগৰাকী মহিলাই সপোন দেখাৰ কথা কৈ শিলৰ টুকুৰাটো গাঁওৰ মন্দিৰত স্থাপন কৰি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াকে লৈ প্ৰতি দিনেই মন্দিৰত ভিৰ কৰিছে শ শ লোকে৷

Intro:এইবাৰ শিলৰ মাজত জগন্নাথBody:SLUG : STORY OF A STONE.

পথত বিচাৰি পোৱা এ টুকুৰা বিশেষ  শিল ! আৰু এই শিলৰ টুকুৰাক কেন্দ্ৰ কৰি হিলদল ভাঙি পাথাৰকান্দিৰ পাথাৰিগাঁও গাঁওৰ জগন্নাথ  মন্দিৰত প্ৰতিদিনাই  ভীৰ কৰিছে ভক্তপ্ৰান ৰাইজে । কিওনো পথত বিচাৰি পোৱা  এই শিল টুকুৰাত অংকিত আছে প্ৰভু জগন্নাথ দেৱৰ মুখ । আৰু শিলটো গাঁওৰ মন্দিৰত  স্থাপন কৰি প্ৰতিদিনে চলিছে পুজাৰ্চনা ।  

বিগত দহ আগষ্ট তাৰিখে গাঁওৰ এগৰাকী মহিলাই খেতি পথাৰৰ কাম সামৰি ঘৰত গৈ থকাৰ সময়ত পাথাৰকান্দি চহৰৰ বাইপাচ'ত পথত পৰি থকা অবস্থাত বিশেষ এই শিলৰ টুকুৰাটো পাই ঘৰত লৈ আহে । আৰু ইয়াৰ তিনি চাৰিদিন পিছত একে গাঁওৰ সঞ্জিতা সিনহা নামৰ আন এগৰাকী মহিলাই হেনো স্বপোন দেখিলে যেন এই শিলৰ টুকুৰা টো গাঁওৰ মন্দিৰত স্থাপন কৰি পূজা অৰ্চনা কৰিব লাগে । সেই মতে শিলৰ টুকুৰাটো বিচাৰি উলিওৱা হয় পথত বিচাৰি পোৱা মহিলাৰ ঘৰৰ পৰা । আৰু গাঁওৰ জগন্নাথ মন্দিৰত  স্থাপনা কৰি 15 আগষ্ট তাৰিখৰ পৰা চলিছে পূজা অৰ্চনা । ভক্তপ্ৰান ৰাইজৰ ধাৰনা মন্দিৰত স্থাপন কৰা সেই মুৰ্ত্তিটো পূজা অৰ্চনা কৰিলে সকলো মনষ্কাম পুৰন হয় । সেই মতে প্ৰতি দিনাই মন্দিৰত ভীৰ কৰি সেৱা আগবঢ়াইছে শ শ লোকে । 

Conclusion:প্ৰতিদিনেই ভকতৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে মনোবাচনা পূৰণৰ বাবে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.