ETV Bharat / state

বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

author img

By

Published : May 29, 2019, 5:22 PM IST

বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক ৷ কথমপি প্ৰাণ ৰক্ষা ট্ৰাকচালকৰ

ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা
  • বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
  • বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক।
  • বদৰপুৰৰ যানবাহন আৰক্ষী চমচুল ইছলামে দিয়া তথ্য মতে ত্ৰিপুৰাৰ পৰা আহি আছিল ট্ৰাকখন।
  • শ্ৰীগৌৰি পোৱাৰ সময়ত ট্ৰাকখনে সন্মুখেৰে দ্ৰুতবেগেৰে আহি থকা আন এখন ট্ৰাকক পথ এৰি দিবলৈ লওতেই ট্ৰাকখন ঘাইপথৰ পৰা বাগৰি পৰে ।
  • এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকচালকজনৰ।
  • বৰ্তমান আৰক্ষী ব্যস্ত হৈ পৰিছে ট্ৰাকখন উদ্ধাৰ কৰাৰ বাবে ।

Intro:শ্ৰীগৌৰি ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত সড়ক দুৰ্ঘটনা Body:ৱদৰপুৰ: ৱদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰিত এখন ট্ৰাক দুৰ্ঘটনা শিকাৰ হৈছে । ৱদৰপুৰৰ যানৱাহন আৰক্ষী সমচুল ইসলাম ৰ দিয়া তথ্য মতে ত্ৰিপুৰাৰ পৰা আহিছে ট্ৰাক খন শ্ৰীগৌৰি ওহাৰ পাছত সন্মুখত পৰা দ্ৰুত ৱেগে আৰু এখন ট্ৰাকৰ আহি আহিছিল তাক সাইট দেওয়াৰ ভাৱে এই ট্ৰাক খন ঘাইপথৰ পৰা ৱাগৰি পৰিলে যদি কথমপি বাচি গ'লো ড্ৰাইভাৰ । ৱৰ্তমানে আৰক্ষী ট্ৰাক খন তুলিবলৈ যত্ন কৰিছে ।Conclusion: ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.