ETV Bharat / state

ভাৰত-বাংলা সীমান্তত কি কৰিছে এইসকল কৃষ্ণ ভক্তই ?

author img

By

Published : Jun 4, 2021, 8:12 AM IST

কৰ'ণা আতংকৰ মাজতে ভাৰত-বাংলাদেশ সীমান্তত কৰিমগঞ্জৰ ৰামকৃষ্ণ মিচন আশ্ৰমে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷ বিগত বছৰৰ দৰে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লগত লাতু গোবিন্দ পুৰৰ প্ৰায় 257 টা পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে আশ্ৰমখনে ৷

As_kmj_karimganj_ramkrishna_misson_relief_distribution_at_latu_asc10024
ভাৰত-বাংলাদেশ সীমান্তত ৰামকৃষ্ণ মিচনৰ খাদ্য সামগ্ৰী বিতৰণ

কৰিমগঞ্জ,4 জুন: কৰিমগঞ্জৰ ৰামকৃষ্ণ মিচন আশ্ৰমৰ বিশেষ প্ৰয়াস। কৰ'ণা আতংকৰ মাজতে আশ্ৰমখনৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ কাটাতাঁৰৰ বাহিৰত থকা ভাৰতৰ লোকসকলক খাদ্য বিতৰণ কৰিলে ৷ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লগত লাতু গোবিন্দ পুৰৰ প্ৰায় 257 টা পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিলে ৰামকৃষ্ণ মিচন আশ্ৰমৰ সদস্য মহাৰাজ ৰামভদ্ৰানন্দ জীয়ে।

ভাৰত-বাংলা সীমান্তত কি কৰিছে এইসকল কৃষ্ণ ভক্তই ?

উল্লেখ্য যে, আশ্ৰমখনৰ কৰ্মকৰ্তাসকলে বিগত বছৰৰ লকডাউনৰ সময়তো সীমান্তৰ বাহিৰত থকা ভাৰতীয় দুখীয়া লোকসকলৰ মাজত খাদ্য় সমগ্ৰী যোগান ধৰি আহিছিল ৷ এইবেলিও অনুৰূপ ধৰণে বিপদৰ সময়ত লোকসকলৰ ওচৰলৈ যোৱাত সকলোৱে প্ৰশংসা কৰিছে আশ্ৰমখনৰ কৰ্মকৰ্তাসকলক ৷

লগতে পঢ়ক: ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক’ভিড হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.