ETV Bharat / state

কৰিমগঞ্জত পিঠা পুলি মেলাৰ আয়োজন - থলুৱা পিঠা পনা

কৰিমগঞ্জত এইবাৰ বিহু উপলক্ষে "সম্পূৰ্ণা নাৰী" নামৰ এটা বেচৰকাৰী সংস্থাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ সংস্থাটোৱে বিহু উপলক্ষে ঘৰতে বনোৱা পিঠাৰে আয়োজন কৰিছে পিঠাপুলি শীৰ্ষক এক মেলাৰ ৷

karimganj-pitha-puli-mela
কৰিমগঞ্জত পিঠা পুলি মেলাৰ আয়োজন
author img

By

Published : Jan 11, 2021, 3:18 PM IST

কৰিমগঞ্জ, 11 জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যজুৰি এতিয়া ভোগালী বিহুকলৈ আৰম্ভ হৈছে ব্য়াপক প্ৰস্তুতি ৷

karimganj-pitha-puli-mela
কৰিমগঞ্জত পিঠা পুলি মেলাৰ আয়োজন

কৰিমগঞ্জত এই বিহু উপলক্ষে "সম্পূৰ্ণা নাৰী" নামৰ এটা বেচৰকাৰী সংস্থাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ সংস্থাটোৱে বিহু উপলক্ষে যিসকল লোকে বিভিন্ন কাৰণত ঘৰত পিঠা পনা বনালৈ অসক্ষম হয় সেই সকলৰ লোকৰ বাবে ঘৰতে বনোৱা পিঠাৰে আয়োজন কৰিছে পিঠাপুলি শীৰ্ষক এক মেলাৰ ৷

দেওবাৰে কৰিমগঞ্জ মহাবিদ্যালয়ত আয়োজন কৰা হয় এই মেলাৰ ৷ এই মেলাত উপস্থিত হৈ বহু লোকে থলুৱা পিঠা পনাৰ সোৱাদ লোৱাৰ লগতে ঘৰলৈ নিয়াৰ বাবেও ক্ৰয় কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.