ETV Bharat / state

কোনে খালে কাৰ টকা ?

কোনে খালে কাৰ টকা ? চৰকাৰৰ টকা খোৱা ঘোচখোৰ বিষয়া কৰ্মচাৰীৰ পৰা পঞ্চায়ত সভাপতিৰ নামত মঙলবাৰে পুৱাই ধৰ্ণা দিলে একাংশ লোকে ৷

author img

By

Published : Dec 24, 2019, 4:18 PM IST

বিজেপি একাংশ নেতাৰ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ
বিজেপি একাংশ নেতাৰ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ

কৰিমগঞ্জ, 24 ডিচেম্বৰঃ এফালে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ, তাৰমাজতো প্ৰাপ্যৰ দাবীত বৰাক উপত্যকাত গৰম হ'ল ৰাইজ ৷ কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত পাঠাখাউৰি পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সভাপতিৰ পৰা ব্লকৰ বিষয়া কৰ্মচাৰীলৈ ৷ পাঠাখাউৰি পঞ্চায়তৰ বিজেপিৰ পঞ্চায়ত সভাপতি ইছলাম উদ্দিন আৰু খণ্ড উন্নয়ন বিষয়া সৰোজ দাসে মিলি প্ৰধানমন্ত্ৰী আবাস যৌজনাৰ নামত 20/25 হেজাৰ পৰ্যন্ত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন...

বিজেপি একাংশ নেতাৰ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ

লগতে পঢ়ক: প্লাষ্টিকমুক্ত পৃথিৱীৰ দিশে পাৰ্থ প্ৰতিমৰ অৰিহণা

Intro:

Body:SLUG--- PMAY CORRUPTION কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত পাঠাখাউৰি পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ধন সংগ্ৰহ।বিজেপিৰ পঞ্চায়ত সভাপতি ইছলাম উদ্দিন আৰু খন্ড উন্নয়ন বিষয়া সৰোজ দাসৰ মিতিৰালিৰে সোণৰ কনি পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে পাঠাখাউৰি পঞ্চায়ত।প্ৰতিবাদত ক্ষুব্ধ ৰাইজে দুৰ্লভছৰা খণ্ড উন্নয়ন কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে। শূন্য সহনশীলতাৰ মাত মতা বিজেপি চৰকাৰৰ দিনত বিজেপি দলৰ একাংশ নেতা কৰ্মী লিপ্ত হৈছে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহত ।আৰু ইয়াৰ প্ৰকৃত এটা উদাহৰণ হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ পাঠাখাউৰি গাঁও পঞ্চায়ত।প্ৰধানমন্ত্ৰী আবাস যৌজনাৰ নামত 20/25 হেজাৰ পৰ্যন্ত ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত সভাপতি ইছলাম উদ্দিনৰ বিরুদ্ধে।গ্ৰুপ সদস্যৰ জৰিয়তে হিতধিকাৰী সকলৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে সভাপতি ইছলাম উদ্দিনৰ বিৰুদ্ধে।আনকি বেংকৰ CSP মেনেজ কৰি হিতাধিকাৰী সকলৰ টকা নিজে সংগ্ৰহ কৰে পঞ্চায়ত সভাপতিয়ে।ইতিমধ্যে প্ৰায় পচিশটাকৈ লিখিত অভিযোগ খন্ড উন্নয়ন বিষয়া সৰোজ দাস। সোমবাৰে অৱশেষত দুৰ্লভছৰা খন্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে গৰজি উঠে হিতাধিকাৰী সকল।

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.