ETV Bharat / state

ক্ৰীড়া সংস্থাৰ অনুমতি অবিহনে বিজেপিৰ সভাৰ বাবে অধিগ্ৰহণ খেল পথাৰ

author img

By

Published : Dec 12, 2020, 6:47 PM IST

কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ অনুমতি অবিহনেই বিজেপিয়ে কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি আজি কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাই তীব্ৰ প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

-protested-against-the-meeting-place-of-assam-bjp-state-executive-meeting
খেল পথাৰত খেল নহয়, অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

কৰিমগঞ্জ, 12 ডিচেম্বৰ : বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাক লৈ সৰৱ হৈ পৰিছে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থা ৷ কিয়নো সংস্থাৰ অনুমতি অবিহনেই বিজেপিয়ে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷

অহা ২৬ আৰু ২৭ ডিসেম্বৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । এই সভাখনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি লগতে বহুকেইজন মন্ত্ৰী আৰু বহু কেইজন সাংগঠনিক পদাধিকাৰী । ইতিমধ্যে এই সভাত লৈ কৰিমগঞ্জ জিলা বিজেপি আৰু ৰাজ্যিক কমিটিৰ লগত আলোচনা হোৱাৰ কথা জানিবলৈ দিছে বিজেপি দলৰ এক সূত্ৰই ।

উল্লেখ্য যে, সভাখনত কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবৰ বাবে দিহা কৰা হৈছিল ৷ কিন্তু জিলা ক্ৰীড়া সংস্থাই আয়োজন কৰা এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে উক্ত সময়ত সভা অনুষ্ঠিত কৰিবৰ বাবে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থাই অনুমতি প্ৰদান কৰা নাই ৷

ইয়াৰ পিচতেই কৰিমগঞ্জ জিলা উপায়ুক্তই এই খেল পথাৰখন সভাৰ বাবে অধিগ্ৰহণ কৰে জানিবলৈ দিয়ে ক্ৰীড়া সংস্থাৰ কৰ্তৃপক্ষই । সেয়েহে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি আজি কৰিমগঞ্জ জিলা ক্ৰিয়া সংস্থাই তীব্ৰ প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক:ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.