ETV Bharat / state

NRCক লৈ কৰিমগঞ্জৰ ৰাজপথত শিল্পীৰ প্ৰতিবাদ - NRCক লৈ কৰিমগঞ্জৰ ৰাজপথত শিল্পীৰ প্ৰতিবাদ

কৰিমগঞ্জ চহৰৰ ষ্টেচন ৰোডৰ কৰিমগঞ্জ কলেজৰ কাষত ১০ টাকৈ বেণ্ডে পতা এই প্ৰতিবাদী অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজেও ভিৰ কৰা পৰিলক্ষিত হয় ৷

NRCক লৈ কৰিমগঞ্জৰ ৰাজপথত শিল্পীৰ প্ৰতিবাদ
author img

By

Published : Sep 7, 2019, 6:03 AM IST

কৰিমগঞ্জ, 7 চেপ্তেম্বৰঃ NRCৰ চূড়ান্ত তালিকাৰ বিৰুদ্ধে কৰিমগঞ্জত অভিনৱ প্ৰতিবাদ । কৰিমগঞ্জৰ শিল্পীসকল নামিল ৰাজপথত । গান গাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ NRCৰ সদ্য প্ৰকাশিত তালিকাৰ বিৰুদ্ধে ১০টাকৈ বেণ্ডৰ দলে অংশগ্ৰহণ কৰে প্ৰতিবাদী অনুষ্ঠানত । গানৰ জড়িয়তে প্ৰতিবাদৰ ভাষা প্ৰকাশ কৰে শিল্পীসকলে । এফালে হিন্দুবাদী সংগঠনে জনোৱা অসম বন্ধ চলি থাকোতেই কৰিমগঞ্জত শিল্পীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰিমগঞ্জ চহৰৰ ষ্টেচন ৰোডৰ কৰিমগঞ্জ কলেজৰ কাষত ১০ টাকৈ বেণ্ডে পতা এই প্ৰতিবাদী অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজেও ভিৰ কৰা পৰিলক্ষিত হয় ৷

Intro:এন আৰ সি লৈ প্ৰতিবাদদ এইবাৰ ৰাজপথত কৰিমগঞ্জৰ শিল্পী সমাজBody:SLUG: EXTRAORDINARY PROTEST FOR NRC, KARIMGANJ
বিসংগতিপূৰ্ণ NRC ৰ বিৰুদ্ধে কৰিমগঞ্জত এইবাৰ অভিনব প্ৰতিবাদ । শিল্পীসকল নামিল পথত । গান গাই প্ৰতিবাদ সাব্যস্থ কৰিলে NRC ৰ সদস্য প্ৰকাশিত তালিকাৰ বিৰুদ্ধে । ১০টাকৈ বেণ্ডৰ দলে অংশগ্ৰহন কৰে প্ৰতিবাদী সংগীতানুষ্ঠানত । গান আৰু সংগীতৰ জড়িয়তে প্ৰতিবাদৰ ভাষা প্ৰকাশ কৰে শিল্পীসকলে ।
ভাৰত আৰু বাংলাদেশ এটা সময়ত দুটা একে আছিল । দেশ স্বাধীন হল । ইয়াৰ পাছতেই দুটা দেশৰ মাজৰ মাজত বহিল কাইটিয়া তাৰৰ বেড় । আৰু এই কাইটিয়া তাৰে বিপাঙত পেলালে বহু লোকক । নিজৰ ভেটিমাটি এড়ি সিপাৰৰ পৰা আহিবলগা হল ইপাৰত । ইয়াৰ মাজতেই NRC ৰ যন্ত্ৰনা । গানৰ এনে পংক্তিৰে সংগিতৰ ৰূপে প্ৰতিবাদ জনায় তেঁওলোকে । এফালে হিন্দুবাদী সংঘটনৰ আহ্বান কৰা অসম বন্ধ চলি থাকতেই কৰিমগঞ্জত শিল্পীসকলে চলালে এনে প্ৰতিবাদ । কৰিমগঞ্জ চহৰৰ ষ্টেচন ৰোডৰ কৰিমগঞ্জ কলেজৰ কাষত ১০টাকৈ বেণ্ডে পতা এই প্ৰতিবাদী অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজেও ভিড় কৰে ।Conclusion:সংগীতৰ জড়িয়তে প্ৰতিবাদৰ ভাষা প্ৰকাশ কৰে শিল্পীসকলে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.