ETV Bharat / state

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত উপস্থিত হ’ল এখন বিশেষ আইচ’লেশ্যন ৰেল - isolation-train-at-badarpur-karimgan

বৃহস্পতিবাৰৰ দিনটোত এখন বিশেষ ৰে’ল উপস্থিত হ’ল কৰিমগঞ্জৰ বদৰপুৰ ষ্টেচনত ৷ ক’ভিড আক্ৰান্ত ৰোগী সকলক আইচ’লেশ্যন কৰাৰ উদ্দেশ্যেৰেই কেন্দ্ৰীয় চৰকাৰে সংস্থাপিত কৰিছে এই বিশেষ ৰে’লখন ৷

insulation train at Badarpur  karimgan
কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত আইছ’লেছন ট্রেইন
author img

By

Published : May 7, 2021, 7:37 PM IST

কৰিমগঞ্জ 7 মে’: বৃহস্পতিবাৰে, কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত উপস্থিত হ’ল এখন বিশেষ ৰে’ল ৷ কৰিমগঞ্জৰ ক’ভিড আক্ৰান্ত লোক সকলক আইচ’লেশ্যন কৰাৰ উদ্দেশ্যেৰেই কেন্দ্ৰীয় চৰকাৰে সংস্থাপিত কৰিছে এই বিশেষ ৰে’লখন ৷ । ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে হাতত লৈছে এই বিশেষ পদক্ষেপ ।

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত আইছ’লেছন ট্রেইন

ইতিমধ্যে, ৰেলখনৰ ডবাসমূহক আইচ’লেশ্যন ৱাৰ্ড হিচাপে সাজু কৰিবলৈ ষ্টেচনটোত চলিছে ব্যাপক ব্যস্ততা । জানিব পৰা মতে, শুকুৰবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্ত এম আম্বামুথুন এম পিয়ে বদৰপুৰত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰিব ।

লগতে পঢ়ক :কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰবৰ্তী সভাপতি?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.