ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত কৰ’ণা ভাইৰাছক লৈ ব্যাপক সতৰ্কতা

author img

By

Published : Feb 8, 2020, 1:14 PM IST

কৰ’ণা ভাইৰাছক লৈ এতিয়া বিশ্বৰ সৰ্বত্ৰে সৃষ্টি হৈছে আতংকৰ ৷ অসমতো ভাইৰাছবিধক লৈ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ কৰিমগঞ্জৰ সূতাৰকান্দিৰ ভাৰত-বাংলাদেশ স্থলবন্দৰত ইতিমধ্যে কৰ’ণা ভাইৰাছৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ভাৰত-বাংলা সীমান্ত
কৰ’ণা ভাইৰাছক লৈ ব্যাপক সতৰ্কতা

কৰিমগঞ্জ,8 ফেব্ৰুৱাৰীঃ কৰ’ণা ভাইৰাছক লৈ এতিয়া বিশ্বৰ সৰ্বত্ৰে সৃষ্টি হৈছে আতংকৰ ৷ অন্য প্ৰান্তৰ দৰে ভাৰতৰ প্ৰতিটো আন্তৰ্জাতিক বন্দৰ,পাৰঘাটত বিশেষ সতৰ্কতাৰ ব্যৱস্থা কৰা হৈছে । অসমতো ভাইৰাছবিধক লৈ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ব্যতিক্ৰম নহ’ল কৰিমগঞ্জতো ৷ জিলাখনৰ সূতাৰকান্দিৰ ভাৰত-বাংলাদেশ বন্দৰত ইতিমধ্যে কৰ’ণা ভাইৰাছৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বন্দৰটোত ৰখা হৈছে চিকিৎসকৰ এটি বিশেষ দল। পাছপ’ৰ্ট পৰীক্ষণৰ পূৰ্বে সীমান্তৰে জিলাখনত প্ৰৱেশ কৰা যাত্ৰীসকলৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিছে চিকিৎসকে ৷ লগতে যাত্ৰীসকলৰ পৰা ভ্ৰমণ সম্পৰ্কীয় প্ৰাথমিক তথ্য আহৰণ কৰা হৈছে ৷

কৰ’ণা ভাইৰাছক লৈ সৃষ্টি আতংকৰ

কৰিমগঞ্জৰ আন এটা বন্দৰ কালিবাড়ী পাৰঘাটতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বাংলাদেশৰ শেওলাৰ পৰা স্থলপথৰ সীমান্তৰে সূতাৰকান্দি আৰু জকিগঞ্জৰ পৰা নদীপথেৰে কৰিমগঞ্জত প্ৰৱেশ কৰা সকলো যাত্ৰীক পুংখানুপুংখভাৱে সম্প্ৰতি পৰীক্ষা চলাই থকা হৈছে । ইপিনে,বাংলাদেশৰ পৰা অহা এগৰাকী যাত্ৰীয়ে ৰাষ্ট্ৰখনত কৰ’ণা ভাইৰাছ সম্পৰ্কে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃদলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা

Intro:

Body:SLUG--INDO BANGLA BORDER IN ALERT FOR CORONA VIRUS ,KARIMGANJ

কৰোনা ভাইৰাছ লৈ বিশ্বৰ সৰ্বত্ৰ আতংকৰ সৃষ্টি হৈছে ।ভাৰতৰ সকলো আন্তৰ্জাতিক বন্দৰত বিশেষ সতৰ্কতাৰ ব্যৱস্থা কৰা হৈছে। ব্যতিক্ৰম নহয় কৰিমগঞ্জ ।কৰিমগঞ্জৰ সুতাৰকান্দিত থকা ভাৰত -বাংলাদেশ স্থল বন্দৰতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।বহুৱা হৈছে চিকিত্সকৰ বিশেষ দল। পাচপোৰ্ট পৰীক্ষনৰ পূৰ্বেই সীমান্ত দি সোঁমুৱা সকলো যাত্ৰীক প্ৰথমেই পৰীক্ষা কৰা হৈ আছে।শাৰীৰিক অৱস্থা। কোৰ পৰা আহিছে, ইয়াৰ পূৰ্বে কলে গৈছিল এয়াৰ সকলে তথ্য সংগ্ৰহ কৰি যাত্ৰীৰ মাজত কোনেও লক্ষণ আছে নে নাই এয়া পৰীক্ষা কৰা হৈ আছে ।কৰিমগঞ্জৰ আন এটা বন্দৰ কালিবাড়ি ঘাট নৈ সীমান্ততো অনুৰূপ ব্যৱস্থা কৰা হৈছে। বাংলাদেশৰ শেওলাৰ পৰা স্থল সীমান্ত দি সূতাৰকান্দি আৰু জকিগঞ্জৰ পৰা নৈ সীমান্ত দি কৰিমগঞ্জৰ আগমন কৰা সকলো যাত্ৰীক এনেদৰে পুংখানুপুংখৰবাৱে পৰীক্ষা চলোৱা হৈছে।চোতাৰকান্দিত কৰ্তব্যত থকা চিকিৎসকে তেওঁলোকে পৰীক্ষা কৰাৰ ধৰণ সন্দৰ্ভত এনেদৰে কয়,,,,,,,,,,,,, ।বাংলাদেশৰ পৰা অহা এগৰাকী যাত্ৰীয়ে বাংলাদেশত লোৱা সতৰ্কতা ব্যৱস্থাৰ কথা জনায়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.