ETV Bharat / state

কৰিমগঞ্জত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

author img

By

Published : Aug 15, 2020, 10:20 AM IST

কৰিমগঞ্জত সীমিত কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

পৰিমল শুক্লবৈদ্য
পৰিমল শুক্লবৈদ্য

কৰিমগঞ্জ, 15 আগষ্ট: এইবেলি খালী হৈয়ে ৰ'ল স্বাধীনতা দিসৱ উদযাপন স্থলীসমূহ ৷ কিয়নো কৰ'ণাৰ আশংকাই ম্লান কৰিছে স্বাধীনতা দিৱসৰ পূৰ্বৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচী সমূহক ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে এইবেলি জনসমাগমৰ লগতে, স্বাধীনতা দিৱসৰ ভিন্ন কাৰ্যসূচীত প্ৰশাসনে জাৰি কৰিছে সীমাবদ্ধতা ৷ ব্যতিক্ৰম নহ'ল কৰিমগঞ্জ জিলাও ৷ কৰিমগঞ্জত সীমিত কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ অসম আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনীসহ কেৱল 4 টা দলেহে অংশগ্ৰহণ কৰিলে স্বাধীনতা দিৱসৰ পেৰেডত ৷

কৰিমগঞ্জত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

লগতে পঢ়ক: নগাঁও আৰু নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.