কৰিমগঞ্জ,6 ছেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ বন বিভাগৰ অভিযানত আছিমগজ্ঞৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে বন বিভাগে কাঠ জব্দ কৰিবলৈ সক্ষম হ’ল যদিও চোৰাং কাঠ সৰবৰাহ কৰা ব্যক্তিজন পলায়ন কৰে বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় এক লাখ টকা।
লগতে পঢ়কঃ আৰ্দশ শিক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্বধৰ্না