ETV Bharat / state

পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক - কয়লাৰ ব্যৱসায়

পাথাৰকান্দিত দেওবাৰে আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা এখন কয়লা কঢ়িয়াই অনা ট্ৰাক। ট্ৰাক খনৰ নম্বৰ HR-46E-5149 ৷

পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক
author img

By

Published : Aug 19, 2019, 3:08 AM IST

পাথাৰকান্দি,18আগষ্টঃ

  • মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰালৈ অব্যাহত আছে কয়লাৰ ব্যৱসায়
  • ভুৱা নথিৰে একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কয়লাৰ ব্যৱসায়
  • দেওবাৰে গোপন সূত্ৰৰ পম খেদি কয়লা কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে
  • চূড়াইবাৰী আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা HR-46E-5149 নম্বৰৰ ট্ৰাকখন
  • লগতে আৰক্ষীয়ে আটক কৰে চালক আৰু সহচালকক
    পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক

পাথাৰকান্দি,18আগষ্টঃ

  • মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰালৈ অব্যাহত আছে কয়লাৰ ব্যৱসায়
  • ভুৱা নথিৰে একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কয়লাৰ ব্যৱসায়
  • দেওবাৰে গোপন সূত্ৰৰ পম খেদি কয়লা কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে
  • চূড়াইবাৰী আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা HR-46E-5149 নম্বৰৰ ট্ৰাকখন
  • লগতে আৰক্ষীয়ে আটক কৰে চালক আৰু সহচালকক
    পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক
Intro:Body:SLUG. ILLEGAL COAL SEIZED BY POLICE.(PATHARKANDI)...

মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰালৈ অব্যাহত আছে কয়লা পাচাৰ।ভুৱা নথি তৈয়াৰ কৰি একাংশ আৰক্ষীক ম্যানেজ কৰি পাচাৰ চলিছে যদিও আজি গোপনে মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰা লৈ পাচাৰৰ সময়ত গোপনসূত্ৰত পমখেদি চূড়াইবাৰী আৰক্ষী অনুসন্ধান চৌকীৰ ইনচার্জ মিন্টু শীলৰ নেতৃত্বত থকা আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা এখন কয়লা কঢ়িয়াই অনা ট্ৰাক।ট্ৰাক খনৰ নম্বৰ HR-46E-5149
লগতে আটক কৰা হৈছে চালক আৰু সহচালকক।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.