ETV Bharat / state

কৰিমগঞ্জৰ বাৰইগ্ৰামত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - বাৰইগ্ৰাম

জিলা খনৰ বাৰইগ্ৰাম নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাদল চন্দ্ৰ পালৰ নেতৃত্ব কৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে ড্ৰাগছ খিনি । এই সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰে ।

কৰিমগঞ্জৰ বাৰইগ্ৰামত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : Jul 15, 2019, 1:55 PM IST

কৰিমগঞ্জ, ১৫ জুলাই: কৰিমগঞ্জৰ বাৰইগ্ৰামত সোমবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় । জিলা খনৰ বাৰইগ্ৰাম নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাদল চন্দ্ৰ পালৰ নেতৃত্ব কৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে ড্ৰাগছ খিনি । এই সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰে ।

এক গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে ৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাতাবাৰীৰ পৰা ৰাৰইগ্ৰাম অভিমুখে আহি থকা এখন অট' ৰিক্সাত তালাচী চলায় । তালাচী অভিযানত আৰক্ষীয়ে AS-24-8150 নম্বৰৰ অট' ৰিক্সা খনৰ পৰা 506 টেমা ইয়াবা টেবলেট জব্দ কৰে আৰু লোক দুজনক আটক কৰে । আটকাধীন লোক দুজন ৰাতাবাৰী অঞ্চলৰ আব্দুল কালাম আৰু কালাম উদ্দীন । বৰ্তমান আৰক্ষীয়ে তেওঁলোকক শোধপোচ অব্যাহত ৰাখিছে ।

Intro:Body:Slug.Drugs seized

কৰিমগঞ্জৰ বাৰইগ্ৰামত জব্দ বিপুল পৰিমাণ ড্ৰাগছ।বাৰইগ্ৰাম ৱাটছপোষ্টৰ ইনচার্জ বাদল চন্দ্ৰ পালৰ নেতৃত্বত গোপন সূত্ৰত পমখেদি 4 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাতাবাৰীৰ পৰা ৰাৰইগ্ৰাম অভিমুখে অহা এখন এলট্ৰ গাড়ী নম্বৰ এএছ 24 সি 8150 পৰা 506 টেমা ইয়াবা টেবলেট জব্দ কৰাৰ লগতে ৰাতাবাৰী অঞ্চলৰ আব্দুল কালাম আৰু কালাম উদ্দীনক আটক কৰিবলৈ সক্ষম হয়।বৰ্তমান তেওঁলোকক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.