ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট জাৰি

author img

By

Published : Jan 25, 2020, 11:41 PM IST

৭১ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে ৰাজ্যত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷ কৰিমগঞ্জ জিলাৰ সীমান্ততো জাৰি কৰা হৈছে হাই এলাৰ্ট ৷ জিলাখনত থকা ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত শুকুৰবাৰে বৃদ্ধি কৰা হৈছে বি এছ এফ ৰ টহলদাৰি ৷

কৰিমগঞ্জ
কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট

কৰিমগঞ্জ,25 জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে কৰিমগঞ্জত চলিছে ব্যাপক প্ৰস্তুতি ৷ লগতে সীমান্তত বৃদ্ধি কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ উল্লেখ্য যে,জিলাখনত থকা ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত শুকুৰবাৰে হাই এলাৰ্ট জাৰিৰ পিছতে বৃদ্ধি কৰা হৈছে বি এছ এফ ৰ তহলদাৰি ৷ দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সীমান্তত ওৰে নিশা বি এছ এফ ৰ জোৱানে অব্যাহত ৰাখিছে তহলদাৰি কাৰ্য ৷ জিলা তথা আৰক্ষী প্ৰশাসনেও এইক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ৷

কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট

আনফালে,কৰিমগঞ্জ জিলাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচ কাৱাজ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ প্ৰস্তুতি আৰু সুৰক্ষা সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণায়ে কয়,মুঠ ২০টা দলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব ৷ কৰিমগঞ্জ আন্তৰ্জাতিক সীমামুৰীয়া জিলা হোৱা বাবে সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ৷

লগতে চাওকঃবাক্সাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ

Intro:Body:SLUG: BORDER HIGH ALERT & PREPARATION, KARIMGANJ
৭১ সংখ্যক গণৰাজ্য দিবস উদযাপনৰ বাৱে কৰিমগঞ্জত ব্যাপক প্ৰস্তুতিৰ লগতে সীমান্তত কটকটিয়া নিৰপত্তা ব্যবস্থা কৰা হৈছে । ভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমান্তত হাই এলাৰ্ট জাড়ি কৰাৰ বাৱে বিএছএফৰ টহলদাৰি বৃদ্ধি কৰা হৈছে শুকুৰবাৰৰ পৰা । দেশৰ অক্ষুন্নতা বজায় ৰখাৰ বাৱে সীমান্তত উৰেনিশা বিএছএফৰ জোৱানে চলাই আছে টহলদাৰি । আনফালে জিলা প্ৰশাসনে আৰু আৰক্ষী প্ৰশাসনেও বিশেষ সতৰ্কতা অবলম্বন কৰি সুৰক্ষা সুদৃঢ় কৰি তোলিছে । লগতে কৰিমগঞ্জ জিলাৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হবলগিয়া গণৰাজ্য দিবসৰ অনুষ্ঠানৰ কুচকাওৱাজৰ অনুশিলনো অব্যাহত ৰাখিছে । প্ৰস্তুতি আৰু সুৰক্ষা সন্ধৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক কুমাৰ সঞ্জীত কৃষ্ণায় কয়, মোট ২০টাকৈ দলে পেৰডত অংশগ্ৰহন কৰিব । যিহেতু এইখন আন্তৰ্জাতিক সীমামুৰিয়া জিলা, ইয়াৰ বাৱে কিছুমান বিশেৰ সতৰ্কতা অবলম্বন কৰা হৈছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.