ETV Bharat / state

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ

কৰিমগঞ্জৰ কোনা বাগাৰগুল গাঁৱৰ জিয়া নমোশুদ্ৰ (11) আৰু ছালেপুৰ গাঁৱৰ জায়েদা বেগম (9) নামৰ দৰিদ্ৰ পৰিয়ালৰ শিশু দুগৰাকীয়ে জন্মৰে পৰাই হৃদযন্ত্ৰ সমস্যা ভুগি আহিছিল । RBSK আঁচনিৰ কৰ্মী আৰু নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত চৰকাৰী আঁচনিৰ জৰিয়তে কৰিমগঞ্জৰ দুগৰাকী কণমানি শিশুয়ে লাভ কৰিলে পুনৰ জীৱন ৷

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ
author img

By

Published : Sep 4, 2019, 7:52 PM IST

কৰিমগঞ্জ, 4 চেপ্তেম্বৰঃ চৰকাৰী আঁচনিৰ জৰিয়তে কৰিমগঞ্জৰ দুগৰাকী কণমানি শিশুয়ে লাভ কৰিলে পুনৰ জীৱন । বিনামূলীয়া কেইবালাখ টকা মূল্যৰ ব্যয়বহুল চাৰ্জাৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰি বৰ্তমানে সুখী কণমানি দুজনীৰ পৰিয়ালৰ লোকসকল । RBSK আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়াইছে শিশু দুগৰাকীৰ চিকিৎসাৰ ব্যয়ভাৰ ।

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ

কৰিমগঞ্জৰ কোনা বাগাৰগুল গাঁৱৰ জিয়া নমশুদ্ৰ (11) আৰু ছালেপুৰ গাঁৱৰ জায়েদা বেগম (9) নামৰ দৰিদ্ৰ পৰিয়ালৰ শিশু দুগৰাকীয়ে জন্মৰে পৰাই হৃদযন্ত্ৰৰ সমস্যা ভুগি আছিল । অৱশেষত RBSK আঁচনিৰ কৰ্মী আৰু নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত চিকিৎসা সেৱা লাভ কৰে ৷ প্ৰথমতে শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু তাৰ পাচত মহানগৰীৰ নাৰায়না হাস্পতালত দুয়োগৰাকী কণমানিৰ বিনামূলীয়া সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। বৰ্তমান দুয়োটি শিশু সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে ৷

Intro:চৰকাৰী আচঁনিৰে পুনৰ জীৱন পালে দুগৰাকী কনমানিয়েBody:SLUG : HEART SURGERY. 

চৰকাৰী আচনীৰ জৰিয়তে কৰিমগঞ্জৰ দুগৰাকী কনমানি শিশুয়ে লাভ কৰিলে পুনৰ জীৱন । বিনামূলীয়া  কেবালাখ টকা মুল্যৰ ব্যয়বহুল চাৰ্জাৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰি বৰ্তমানে সুখী কনমানি দুজনীৰ পৰিয়ালৰ লোক সকল । RBSK আচনীৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়াইছে এই দুজনীৰ চিকিতসাৰ ব্যয়ভাৰ । 

কৰিমগঞ্জৰ কোনা বাগাৰগুল গাঁওৰ জিয়া নমশুদ্ৰ (11) আৰু ছালেপুৰ গাঁওৰ জায়েদা বেগম (9), দৰিদ্ৰ পৰিয়ালৰ এই দুজনী কনমানিৰ জন্মৰে পৰাই হৃদযন্ত্ৰত সমস্যা আছিল । পিছে RBSK আচনীৰ কৰ্মী আৰু নিলামবজাৰ প্ৰাথমিক চিকিত্সালয়ৰ চিকিসকৰ সহযোগত এওলোকক চিকিতসা সেৱা আগবঢ়োৱা হয় । প্ৰথমতে শিলচৰ মেডিকেল কলেজ হস্পিটালত । আৰু ইয়াৰ পিছত মহানগৰীৰ নাৰায়না হস্পিটালত দুৱোগৰাকী কনমানিৰ বিনামূলীয়া সফল অস্ত্ৰোপচাৰ সম্পন্ন হয় । বৰ্তমানে দুৱোগৰাকী কনমানি সুস্থ্য । সেয়ে চিকিতসকক ধন্যবাদ জ্ঞাপন কৰিলে কনমানি দুজনীয়ে ।

Conclusion:তেওঁলোকৰ পৰিয়ালত বৰ্তমান আনন্দৰ জোৱাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.