ETV Bharat / state

কৰিমগঞ্জৰ হিজিম গাঁৱত অগ্নিকাণ্ড

অগ্নিকাণ্ডত জাহ যায় ৰাষ্ট্ৰপতি পদকৰ লগতে প্ৰায় ৫০ লাখ টকা অধিক সা-সম্পতি ।শ্বৰ্ট-চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে ।

author img

By

Published : May 22, 2019, 10:47 PM IST

কৰিমগঞ্জৰ হিজিম গাওঁত ভয়াবহ অগ্নিকাণ্ড

কৰিমগঞ্জ, 22 মে’: কৰিমগঞ্জৰ নিলামবাজাৰ হিজিম গাঁৱত ভয়াৱহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত প্ৰয়াত শিক্ষক আছাইদ আলীৰ ঘৰ । অগ্নিকাণ্ডত জাহ যায় ৰাষ্ট্ৰপতি পদকৰ লগতে প্ৰায় ৫০ লাখ টকা অধিক সা-সম্পতি ।শ্বৰ্ট-চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে ।

Intro:💥💥Breaking News
👉কৰিমগজ্ঞত নিলামবাজাৰ হিজিম গাওত ভয়াবহ অগ্নিকাণ্ড।
👉অগ্নিকাণ্ডত সম্পূৰ্ণ ভষ্মীভূত ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত প্ৰয়াত শিক্ষক আছাইদ আলী ঘৰ।
👉অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাষ্ট্ৰপতি পদক লগতে প্ৰাৱ ৫০ লাখ টকা অধিক সা সম্পতি।
👉ছট্ চাৰ্কেটৰ বাবে এই অগ্নকাণ্ড সংগঠিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিল আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে।Body:💥💥Breaking News
👉কৰিমগজ্ঞত নিলামবাজাৰ হিজিম গাওত ভয়াবহ অগ্নিকাণ্ড।
👉অগ্নিকাণ্ডত সম্পূৰ্ণ ভষ্মীভূত ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত প্ৰয়াত শিক্ষক আছাইদ আলী ঘৰ।
👉অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাষ্ট্ৰপতি পদক লগতে প্ৰাৱ ৫০ লাখ টকা অধিক সা সম্পতি।
👉ছট্ চাৰ্কেটৰ বাবে এই অগ্নকাণ্ড সংগঠিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিল আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে।Conclusion:💥💥Breaking News
👉কৰিমগজ্ঞত নিলামবাজাৰ হিজিম গাওত ভয়াবহ অগ্নিকাণ্ড।
👉অগ্নিকাণ্ডত সম্পূৰ্ণ ভষ্মীভূত ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত প্ৰয়াত শিক্ষক আছাইদ আলী ঘৰ।
👉অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাষ্ট্ৰপতি পদক লগতে প্ৰাৱ ৫০ লাখ টকা অধিক সা সম্পতি।
👉ছট্ চাৰ্কেটৰ বাবে এই অগ্নকাণ্ড সংগঠিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিল আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে।
Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.