ETV Bharat / state

কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰাৰ পিছতো সময়তে ঘটনাস্থলীত উপস্থিত নহোৱাৰ অভিযোগ । জুইত সকলো জ্বলি ছাঁই হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷

author img

By

Published : Dec 6, 2019, 6:23 PM IST

কৰিমগঞ্জ
কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

কৰিমগঞ্জ, 6 ডিচেম্বৰঃ কৰিমগঞ্জৰ ফাকুয়া গাঁৱত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত প্ৰায় দহটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান । এই ঘটনাত ক্ষয় ক্ষতিৰ পৰিমাণৰ প্ৰায় এক কোটি টকা বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।

কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

ফাকুৱা গাঁও ৰে'ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ । বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত । আনহাতে, স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰাৰ পিছতো সময়তে ঘটনাস্থলীত উপস্থিত নহোৱাৰ অভিযোগ । জুইত সকলো জ্বলি ছাঁই হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । যাৰ ফলত উত্তেজিত ৰাইজে খণ্ড যুদ্ধত লিপ্ত হয় অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে । ঘটনাস্থলীত পলমকৈ প্ৰথমটো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘঠনাস্থলীত উপস্থিত হোৱাৰ আধাঘন্টা পিছত একে উপস্থিত হয়অগ্নিনিৰ্বাপক বাহিনীৰ আৰু দুখনকৈ বাহন । কিন্তু ইয়াৰ পূৰ্বে দহখনকৈ ব্যবসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

Intro:কৰিমগঞ্জৰ ফাকুয়াত ভয়াবহ অগ্নিকাণ্ডBody:SLUG : FIRE INCIDENT. 

কৰিমগঞ্জৰ ফাকুয়া গাঁওত নিশা বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ভষ্মিভুত প্ৰায় দহটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান । এই ঘটনাত ক্ষয় ক্ষতিৰ পৰিমাণৰ হব প্ৰায় এক কৌটি টকা ।

ফাকুৱা গাঁও ৰে'ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । নিশা প্ৰায় দহ বজাত সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ । আচলতে কিদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । নিশাৰ ভাগত সংঘটিত অগ্নিকাণ্ডৰ  ঘঠনাত ক্ষয় ক্ষতিৰ পৰিমাণ হব  প্ৰায় এক কৌটি টকা । স্থানীয় ৰাইজে বাৰে বাৰে  অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে  যোগাযোগ কৰাৰ পিছতো ঘঠনাস্থলীত সময়তে  উপস্থিত হোৱা নাছিল অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোক । ৰাইজে আপ্ৰান চেষ্টা কৰিও জুই নিয়ন্ত্ৰণ কৰিবলৈ  অসমৰ্থ হয় । জুইত সকলো জ্বলি ছাঁই হোৱাৰ পিছত ঘঠনাস্থলীত  উপস্থিত হৈছিল  অগ্নিনিৰ্ব্বাপক বাহিনী । যাৰ ফলত উত্তেজিত  স্থানীয় ৰাইজ খন্ড যুদ্ধত লিপ্ত হয়  অগ্নিনিৰ্ব্বাপক বাহিনীৰ সৈতে । আৰু পলমকৈ প্ৰথমটো অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী ঘঠনাস্থলীত উপস্থিত হোৱাৰ আধাঘন্টা  পিছত একে একে উপস্থিত হয় অগ্নিনিৰ্ব্বাপক বাহিনীৰ আৰু দুখনকৈ  বাহন । কিন্তু ইয়াৰ পূৰ্বে দহখনকৈ ব্যবসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মিভুত হয় ।Conclusion:ব্যাপক ক্ষতিসাধন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.