ETV Bharat / state

সাৱধান ! ফেচবুক লাইভ হ’ব পাৰে কাল

ফেচবুক লাইভেই কাল হ’ল এজন যুৱকৰ ৷ ত্ৰিপুৰাৰ আগৰতলাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

author img

By

Published : Jul 22, 2019, 5:35 PM IST

সাৱধান ! ফেচবুক লাইভ হ’ব পাৰে কাল

কৰিমগঞ্জ,22 জুলাইঃ ফেচবুক লাইভ কৰোঁতে সাৱধান হওক । কিয়নো এটা ফেচবুক লাইভে কাঢ়ি ল’ব পাৰে আপোনাৰ প্ৰাণ । ফেচবুক লাইভ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে । ঘটনা ত্ৰিপুৰাৰ আগৰতলাৰ জলেফা-আমতলী দলঙত । মৃত্যু হোৱা যুৱকৰ নাম ৰাহুল দাস(৩০) । তেওঁ দ্ৰুতগতিত নিজৰ বাইক চলোৱাৰ দৃশ্য দেখুৱাবলৈ ফেচবুক লাইভ কৰিছিল । লগতে আৰু এজন আহত হৈছে বুলি জানিব পৰা গৈছে ।

Intro:ফেচবুক লাইভ কৰি যাওঁতে মৃত্যু যুৱকৰBody:ফেচবুক লাইভ কৰোতে সাৱধান হওক।কিয়নো এটা ফেচবুক লাইভে কাঢ়ি লব পাৰে আপোনাৰ প্ৰাণ।ফেচবুক লাইভ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে।ঘটনা ত্ৰিপুৰাৰ আগৰতলাৰ জলেফা-আমতলী দলঙত।মৃত্যু হোৱা যুৱকৰ নাম ৰাহুল দাস(৩০)।তেওঁ দ্ৰুতগতিত নিজৰ বাইক চলোৱাৰ দৃশ্য দেখাবলৈ ফেচবুক লাইভ কৰিছিল।লগতে আৰু এজন আহত হৈছে বুলি জানিব পৰা গৈছে।Conclusion:ত্ৰিপুৰাৰ আগৰতলাত এই ঘটনা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.