ETV Bharat / state

এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ

author img

By

Published : Sep 7, 2019, 2:36 PM IST

সদ্যপ্ৰকাশিত এন আৰ চিৰ বিসংগতিৰ বাবে ১০টাকৈ বেণ্ডৰ দলৰ লগতে শিল্পীসকলে কৰিমগঞ্জৰ ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ ৷

এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ

কৰিমগঞ্জ,7ছেপ্টেম্বৰ : সদ্যপ্ৰকাশিত এন আৰ চিৰ বিসংগতিৰ বাবে ক্ষুব্ধ হৈ পৰিছে শিল্পী সমাজ ৷ শনিবাৰে কৰিমগঞ্জত শিল্পীসকলে এন আৰ চিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ গীত পৰিৱেশন কৰি শিল্পীসকলে সাব্যস্ত কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ১০টাকৈ বেণ্ডৰ দলে ৷ এন আৰ চিৰ নামত সাধাৰণ জনতাই ভুগি অহা যন্ত্ৰণাৰ লগতে বহু ভাৰতীৰ নাম এন আৰ চিৰ তালিকাত সন্নিৱিষ্ট নোহোৱাত শিল্পীসকল ক্ষোভিত হৈ পৰে আৰু সাব্যস্ত কৰে এই প্ৰতিবাদ৷

Intro:এইবাৰ ৰাজপথত কৰিমগঞ্জৰ শিল্পী সমাজBody:SLUG: EXTRAORDINARY PROTEST FOR NRC, KARIMGANJ
বিসংগতিপূৰ্ণ NRC ৰ বিৰুদ্ধে কৰিমগঞ্জত এইবাৰ অভিনব প্ৰতিবাদ । শিল্পীসকল নামিল পথত । গান গাই প্ৰতিবাদ সাব্যস্থ কৰিলে NRC ৰ সদস্য প্ৰকাশিত তালিকাৰ বিৰুদ্ধে । ১০টাকৈ বেণ্ডৰ দলে অংশগ্ৰহন কৰে প্ৰতিবাদী সংগীতানুষ্ঠানত । গান আৰু সংগীতৰ জড়িয়তে প্ৰতিবাদৰ ভাষা প্ৰকাশ কৰে শিল্পীসকলে ।
ভাৰত আৰু বাংলাদেশ এটা সময়ত দুটা একে আছিল । দেশ স্বাধীন হল । ইয়াৰ পাছতেই দুটা দেশৰ মাজৰ মাজত বহিল কাইটিয়া তাৰৰ বেড় । আৰু এই কাইটিয়া তাৰে বিপাঙত পেলালে বহু লোকক । নিজৰ ভেটিমাটি এড়ি সিপাৰৰ পৰা আহিবলগা হল ইপাৰত । ইয়াৰ মাজতেই NRC ৰ যন্ত্ৰনা । গানৰ এনে পংক্তিৰে সংগিতৰ ৰূপে প্ৰতিবাদ জনায় তেঁওলোকে । এফালে হিন্দুবাদী সংঘটনৰ আহ্বান কৰা অসম বন্ধ চলি থাকতেই কৰিমগঞ্জত শিল্পীসকলে চলালে এনে প্ৰতিবাদ । কৰিমগঞ্জ চহৰৰ ষ্টেচন ৰোডৰ কৰিমগঞ্জ কলেজৰ কাষত ১০টাকৈ বেণ্ডে পতা এই প্ৰতিবাদী অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজেও ভিড় কৰে ।Conclusion:সংগীতৰ জড়িয়তে প্ৰতিবাদৰ ভাষা প্ৰকাশ কৰে শিল্পীসকলে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.