ETV Bharat / state

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ

কৰিমগঞ্জৰ ভোটকেন্দ্ৰত আহমেদে কৰা উদ্ভণ্ডালিৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত গ্ৰহণ ৷ লগতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ তিনিগৰাকী দেহৰক্ষীকো নিলম্বন নিৰ্বাচন আয়োগৰ ৷

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ
author img

By

Published : Apr 21, 2019, 10:55 AM IST

কৰিমগঞ্জ, 21 এপ্ৰিলঃ নিৰ্বাচন আয়োগে প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষী ৷ কৰিমগঞ্জৰ ভোটকেন্দ্ৰত আহমেদে কৰা উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ছিদ্দিক আহমেদৰ লগতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰো তিনিগৰাকী দেহৰক্ষীক নিলম্বন কৰে নিৰ্বাচন আয়োগে ৷

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ

কৰিমগঞ্জৰ 153 আৰু 152 নম্বৰৰ দুটা ভোট কেন্দ্ৰত কৰ্তব্যৰত বিষয়াৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ নিৰ্বাচন আয়োগে দিয়া ভোটাৰ ৰচিদৰ জৰিয়তে ভোট দিয়াত বাধা প্ৰদান কৰাক লৈ ভোট কেন্দ্ৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ এই ঘটনা কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগে দুটা প'লিং ষ্টেচনৰ প'লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াকে ধৰি মুঠ চাৰিজন লোকক ভোট দিয়াৰ পৰা সাময়িক ভাৱে বৰ্খাস্ত কৰিছিল ৷ ইয়াৰ পাচতে ভোট কেন্দ্ৰত বন্ধ হৈ পৰে ভোট গ্ৰহণ ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ ভোট কেন্দ্ৰত উপস্থিত হৈ পুনৰ ভোট গ্ৰহণৰ দাবী জনায় ৷ ইয়াকে কেন্দ্ৰ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকী আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ সেয়ে নিৰ্বাচন আয়োগে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ দেহৰক্ষী নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Intro:

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ। কৰিমগঞ্জৰ ভোটকেন্দ্ৰত আহমেদে কৰা উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে ল’লে এই সিদ্ধান্ত। নিলম্বিত হ’ল ছিদ্দিক আহমেদৰ দেহৰক্ষী মজনু আহমেদ। লগতে দক্ষিণ কৰিমগঞ্জ বিধায়ক আজিজ আহমেদ খানেৰ তিন দেহৰক্ষী নিলম্বিত কৰে.......

কৰিমগঞ্জৰ 153 আৰু 152 নম্বৰ ভোট কেন্দ্ৰত নতুন কর্মী দিয়ে শুরু হল ভোট গ্রহণ। বিয়ালি চার বাজত শুরু হয় ভোট
মাইক্ৰ অব্জাৰভাৰৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ । নিৰ্বাচন কমিশনে দিয়া ভোটাৰ স্লিপ'ৰে (slip) ভোট দিয়াত বাধা প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।এই ঘটনা লৈ
Observe বৰখস্থ কৰে দুখন পুলিং ষ্টেশনৰ পুলিং অফিচাৰ আৰু প্রিচাইডিং অফিচৰক।মোট চাৰিজন ভোটক সাময়িক বৰখাস্থ কৰে ।তাৰ পিছত বন্ধ হৈ পৰে ভোট গ্ৰহণ।ভোট কেন্দ্ৰত উপস্থিত হয় প্ৰাক্তন মন্ত্রী চিদ্দেক আহমেদ।তেওঁ পুনৰ ভোটৰ দাবী জনালে আৰক্ষীয়ে বাধা প্ৰদান কৰে পিছে আৰক্ষীৰ আৰু প্ৰাক্তন মন্ত্ৰীৰ খণ্ড যুদ্ধ।।
Amirul Alom siddiquey South karimganj
Body:

Conclusion:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.