ETV Bharat / state

কৰিমগঞ্জত হিমন্ত ফেনচ্ ক্লাবৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে ৷ অন্যথা তেওঁলোকে পশ্চিমবংগত গৈ এনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি হুংকাৰ দিয়ে ৷

author img

By

Published : May 9, 2019, 12:35 PM IST

হিমন্ত বিশ্বৰ উপৰত আক্ৰমনক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

কৰিমগঞ্জ , 09 মে': পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি বুধবাৰ নিশা কৰিমগঞ্জত হিমন্ত বিশ্ব ফেনচ্ ক্লাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চহৰখনৰ পেট্ৰ'ল পাম্প পইণ্টত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি পশ্চিমবংগত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় মন্ত্ৰীগৰাকীৰ অনুৰাগীসকলে ৷

হিমন্ত বিশ্বৰ উপৰত আক্ৰমনক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে ৷ অন্যথা তেওঁলোকে পশ্চিমবংগত গৈ এনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি হুংকাৰ দিয়ে ৷ উল্লেখ্য যে মঙলবাৰে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ পশ্চিমবংগৰ ৰাজ্যিক সভাপতি আৰু নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ ওপৰত আক্ৰমণ চলাইছিল ৷

Intro:পশ্চিম বঙ্গত হিমন্ত বিশ্বৰ উপৰত আক্ৰমনৰ ঘটনা লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ Body:Slug.. Mamata Banerjee Effigy burn Karimganj

পশ্চিম বঙ্গত হিমন্ত বিশ্বৰ উপৰত আক্ৰমনৰ ঘটনা লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ | বুধবাৰ নিশা হিমন্ত বিশ্ব ফেনচ ক্লাবৰ উদ্দ্যগে চহৰৰ পেট্ৰল পাম্প পয়েন্টত পশ্চিম বঙ্গৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কুশ পুত্তলিকা দাহ কৰা হয় | তৃণমূল কংগ্ৰেছৰ কৰ্মী সকলে বিজেপিৰ পশ্চিম বঙ্গৰ সভাপতি আৰু নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চলোৱা শিলগুটি নিক্ষেপ আৰু আক্ৰমন বিৰদ্ধে ফেনচ ক্লাবৰ সদস্য সকলে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী পুত্তলিকা দাহ কৰি প্ৰতিৱাদ সাব্যস্থ কৰে ।
প্ৰতিবাদকাৰী সকলে মমতা বেনাৰ্জী বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে ভৱিষ্যতে এনেধৰনৰ আক্ৰমন নকৰিবলৈ সকিয়াই দিয়ে অন্যথায় তেওলোকে পশ্চিম বঙ্গত গৈ ও এনে প্ৰতিবাদ কাৰ্যসূচি পালন কৰিব বুলি সকিৱাই দিয়ে |
Conclusion:পশ্চিমবঙ্গত গৈও প্ৰতিবাদ কৰাৰ সকীয়নী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.