ETV Bharat / state

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

author img

By

Published : May 5, 2019, 11:55 AM IST

বৰ্তমান কৰিমগঞ্জত সুলভ হৈ পৰিছে ড্ৰাগ্ছ ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ প্ৰজন্মক বিপথে পৰিচালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

কৰিমগঞ্জ, 5 মে': কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ৰাইজৰ অভিযান ৷ জিলাখনৰ বনমালি ৰ'ডত ড্ৰাগছ সহ হাতে লোটে আটক কৰা হয় সুমন দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক । উত্তেজিত ৰাইজে সুমন দাসক প্ৰথমে উত্তম মধ্যম সোধাই আৰু তাৰ পিচত আৰক্ষীক গতাই দিয়ে ।

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

উল্লেখযোগ্য যে, বৰ্তমানে কৰিমগঞ্জত বৰ্তমান সুলভ হৈ পৰিছে ড্ৰাগ্ছ ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ প্ৰজন্মক বিপথে পৰিচালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ আৰক্ষীৰ নিৰৱ ভূমিকাত ক্ষোভ প্ৰকাশ অঞ্চলৰ সচেতন নাগৰিকৰ ৷

Intro:কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান অব্যাহতBody:SLUG : DRUGS PADDLERS CAUGHT BY PUBLIC.

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান অব্যাহত আছে । ড্ৰাগছ সহ হাতে লোটে আটক সুমন দাস নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । কৰিমগঞ্জ চহৰৰ বনমালি ৰোডত স্থানীয় ৰাইজে ড্ৰাগছ সহ  তেওঁক আটক কৰিবলৈ সক্ষম হৈছে । স্থানীয় উত্তেজিত ৰাইজে আলি হুছেইন'ক  প্ৰথমে উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । উল্লেখযোগ্য যেন ড্ৰাগছ নামৰ এই বৰ্তমানে কৰিমগঞ্জৰ আলিয়ে গলিয়ে সুলভ হৈ পৰিছে । আনকি পান দোকানতো অতি সহজে উপলব্ধ বৰবিহ ড্ৰাগছ । আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ বিপথে পৰিচালিত কৰি আহিছে । যাৰ ফলত এতিয়া স্থানীয় ৰাইজে আৰম্ভ কৰিছে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ।

Conclusion:আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভ প্ৰকাশ সচেতন নাগৰিক সকলৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.