ETV Bharat / state

হিমন্ত বিশ্ব কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰেঃ বদৰুদ্দিন আজমল

কৰিমগঞ্জত উপস্থিত সাংসদ বদৰুদ্দিন আজমল ৷ বদৰপুৰ সমষ্টিত কৰ্মীসভাত উপস্থিত হয় সাংসদ গৰাকী ৷ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ধুবুৰীৰ সাংসদ গৰাকীৰ ৷

author img

By

Published : Nov 9, 2020, 2:10 PM IST

Dhubri MP Badaruddin Ajmal Said, Himanta Biswa will never be the Chief Minister Of Assam
কৰিমগঞ্জত উপস্থিত সাংসদ বদৰুদ্দিন আজমল

কৰিমগঞ্জ, 9 নৱেম্বৰ : কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান সাসংদ বদৰুদ্দিন আজমলৰ ৷ দেওবাৰে কৰ্মীসভাত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰিলে ধুবুৰীৰ সাংসদ গৰাকীয়ে ৷

সাংসদ গৰাকীয়ে আকৌ কয় যে, দীৰ্ঘ সময়ৰ পৰাই বদৰপুৰ সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব পৰা নাই ৷ কিয়নো সমষ্টিটোত কংগ্ৰেছ আৰু এআইইউডিএফ দল খুবেই শক্তিশালী বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ লগতে, উক্ত সভাতে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব নে নাই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তেওঁ দেখি থকা সপোন কেতিয়াও নফলিয়াই বুলি বিস্ফোৰক মন্তব্য প্ৰদান সাংসদ গৰাকীৰ ৷

লগতে পঢ়ক : বিডেন হেৰিছৰ বাবে প্ৰথম প্ৰত্যাহ্বান কোভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.