ETV Bharat / state

কৰিগঞ্জত সলিল সমাধি ঘটা কিশোৰীৰ মৃতদেহ  উদ্ধাৰ - minor girl

কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চলত সংঘটিত হৈছিল এই ঘটনাটো৷ বুধবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ গৈছিল ৷ তেনে সময়তে  দুৰ্ভাগ্যক্ৰমে ভৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিছিল খুচবু তেওৰিয়াৰ৷

কৰিগঞ্জত সলিল সমাধি ঘটা কিশোৰীৰ মৃতদেহ  উদ্ধাৰ
author img

By

Published : May 24, 2019, 4:21 PM IST

কৰিমগঞ্জ 24 মেঃ কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপোৱা অঞ্চলত নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল খুচবু তেওৰিয়া নামৰ 14 বছৰীয়া এগৰাকী কিশোৰীৰ ৷ কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চলত সংঘটিত হয় এই ঘটনাটো ৷ বুধবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ গৈছিল ৷ তেনে সময়তে দুৰ্ভাগ্যক্ৰমে ভৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিছিল খুচবু তেওৰিয়াৰ৷ স্থানীয় লোকৰ বহু চেষ্টাৰ পিচতো সন্ধান উলিয়াব পৰা নাছিল কিশোৰীগৰাকীৰ৷ পৰৱৰ্তী সময়ত আৰক্ষী তথা এচডিআৰএফ বাহিনীয়ে যুটীয়া অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয় ৷ অৱশেষত তিনি দিনৰ পাচত শুকুৰবাৰে ৰাতিপুৱা ছলগৈ অঞ্চলত উদ্ধাৰ হয় কিশোৰীজনৰ মৃতদেহ।

Intro:Body:Slug.Death body Recover {patharkandi}

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপোৱা অঞ্চলত এক কৰুণ ঘটনায় চাৰিফালে কন্দোনৰ ৰোল বৈছে। লঙ্গাই নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল খুসবু তেওয়াৰি নামৰ ১৪ বছৰীয়া এক কিশোৰীৰ । বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াইৰপোয়াত সংগঠিত হৈছিল এই ঘটনা। বুধবাৰে তিনি ভাই- ভন্টি ক্ৰমে খুসবু তেওয়াৰি প্রতিভা তেওয়াৰি আৰু প্রশান্ত তেওয়াৰিৰ সৈতে লঙ্গাই নৈত গা ধুবলৈ গৈছিল। তেনে সময়তে দুৰ্ভাগ্যক্ৰমে বৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিছিল খুসবু তেওয়াৰিৰ । লগে লগে দুই ভাতৃ আৰু ভন্টি প্রতিভা তেওয়ারি আৰু প্রশান্ত তেওয়াৰি ঘৰত আহি খবৰ জনোয়াৰ পিছত স্থানীয় লােকে কিশোৰীজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও বিফল হয়। পিছে আৰক্ষী তথা এচডিআৰএফৰ অভিযানতও সফল নহল এতিয়ালৈকে মৃতদেহ উদ্ধার কৰাত ব্যর্থ হৈছে এচডিআৰএফ বাহিনী পিছে তিনি দিনৰ মূৰত আজি ৰাতিপুৱা ছলগৈ অঞ্চলত উদ্ধাৰ হয় কিশোৰীজনৰ মৃতদেহ। ঘটনাক লৈ বৃহত্তৰ অঞ্চটোত বিৰাজ কৰিছে শোকাবল পৰিৱেশৰ।

পাথাৰকান্দি পৰা সঞ্জীত কৈৰী,ইটিভি ভাৰত,অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.