ETV Bharat / state

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ সাংস্কৃতিক অনুষ্ঠান

author img

By

Published : Dec 24, 2020, 11:27 AM IST

Updated : Dec 24, 2020, 11:40 AM IST

কৰিমগঞ্জত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহী সভাৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু আছিল সাংস্কৃতিক অনুষ্ঠান ৷ এই সাংস্কৃতিক অনুষ্ঠানত বৰাক তথা অসমৰ বিভিন্ন ভাষা-ভাষিক জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি তুলি ধৰা হয় ৷

cultural-function-karimganj
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ সাংস্কৃতিক অনুষ্ঠান

কৰিমগঞ্জ, 24 ডিচেম্বৰ:কৰিমগঞ্জত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু আছিল সাংস্কৃতিক অনুষ্ঠান ৷

এই সাংস্কৃতিক অনুষ্ঠানত বৰাক তথা অসমৰ বিভিন্ন ভাষা-ভাষিক জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি তুলি ধৰা হয় ৷ অনুষ্ঠানত অসমৰ বিহুনৃত্য,চাহ বাগানৰ ঝুমুৰ নৃত্য,বৰাকৰ ধামাইল নৃত্যসহ বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰা হয় ৷ এই সাংস্কৃতিক অনুষ্ঠানত আনন্দত মতলীয়া হোৱা দেখা গল সাংসদ,বিধায়ক আৰু বিজেপি কৰ্মীসকলক ৷

লগতে পঢ়ক:10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

Last Updated : Dec 24, 2020, 11:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.