ETV Bharat / state

হাথৰছ কাণ্ডৰ মৃত যুৱতীলৈ শ্ৰদ্ধাঞ্জলি - উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে

পাথাৰকান্দি ব্লক কংগ্ৰেছ আৰু লোৱাইৰপোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা যুৱতী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুস্থান ৷ ধৰ্ষণকাৰীক উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ পৰিৱৰ্তে ধৰ্ষণকাৰীৰ সমৰ্থনত মাত মতা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে কংগ্ৰছী কৰ্মী সকলে ৷

congress protest  rally aginest hatras gang rap  at karimganja
কৰিমগঞ্জত হাথৰছ কাণ্ডত মৃত্যুক সাবটি লোৱা যুৱতী গৰাকীকলৈ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Oct 8, 2020, 8:17 AM IST

কৰিমগঞ্জ,8 অক্টোবৰঃ পাথাৰকান্দি ব্লক কংগ্ৰেছ আৰু লোৱাইৰপোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত চুঙা চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা যুৱতী গৰাকীলৈ ৷

আনহাতে যুৱতী গৰাকীলৈ শ্ৰদ্ধঞ্জলি জনাই উলিওৱা এই সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ কৰ্মকতা সকলে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায় ৷ ধৰ্ষণকাৰীক উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ পৰিৱৰ্তে ধৰ্ষণকাৰীৰ সমৰ্থনত মাত মতা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে সমদলত অংশ গ্ৰহণ কৰা কংগ্ৰছী কৰ্মী সকলে ৷

ইপিনে কিছু দিন পূৰ্ৱে কৰিমগঞ্জত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ দোষীক কৰায়ত্ত কৰি উৰ্চিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাই কংগ্ৰেছৰ কৰ্মকতা সকলে ৷ তাৰোপৰি দেশৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক যোগী চৰকাৰৰ আৰক্ষীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে সংবাদ মাধ্যমৰ লোককো প্ৰকৃত সত্য ঘটনা প্ৰচাৰ কৰাত বাধা প্ৰধান কৰা কাৰ্যকো তীব্ৰ নিন্দা কৰে লোৱাইৰপোৱা আৰু পাথাৰকান্দি ব্লক কংগ্ৰেছে।

লগতে পঢ়কঃ পাপ্পু যাদৱ—বিহাৰৰ ৰবিনহুড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.