ETV Bharat / state

কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ - কংগ্ৰেছ প্ৰাৰ্থী

কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত বিশৃংখলতা ৷ ৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত আৰক্ষী কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধ ৷ আনহাতে বিজেপিৰ হুংকাৰ চাৰিটা সমষ্টিত শূণ্য হ’ব কংগ্ৰেছ ৷

কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ
author img

By

Published : Sep 30, 2019, 6:38 PM IST

কৰিমগঞ্জ, 30 ছেপ্টেম্বৰঃ ৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত অঘটন ৷ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হ’ল খণ্ডযুদ্ধ ৷ ৰিটাৰনিং অফিচাৰ কক্ষত ৫ জনতকৈ অধিক সমৰ্থক সোমোৱাৰ চেষ্টা কৰাকলৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধ ৷ পৰৱৰ্তি সময়ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ হস্তক্ষেপত শান্ত হয় পৰিস্থিতি ৷ ৰাতাবাড়ি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজকে |

কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

মনোনয়ন পত্ৰৰ দাখিল কৰাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, এপিচিচিৰ সাধাৰণ সম্পাদক, জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু বিভিন্ন সমৰ্থক ।

ইপিনে বিজেপিৰ হৈ বিজয় মালাকাৰেও সভাপতি ৰঞ্জীৎ দাস, সাংসদ দীলিপ শইকীয়া, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লাৰ আদি নেতা-সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ এইবাৰো শূণ্য হ’ব বুলি উল্লেখ কৰে ৰঞ্জীৎ দাসে ৷

বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Intro:কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিলত বিশৃংখলাBody:
ৰাতাবাড়ি উপ নিৰ্বাচনৰ বাৱে মনোনয়ন দাখিলৰ সময়ত আৰক্ষী কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধ | ৰিটাৰনিং অফিচাৰ কক্ষত নিয়মৰ ৫ জনৰ অধিক সমৰ্থক সোমুৱাৰ চেষ্টা কৰিলে আৰক্ষীয়ে বাধা দিলে বাধে এই বিপত্তি | পৰবৰ্তিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ হস্থক্ষেপত পৰিস্থিতিৰ সাম কাটে | নমোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী কেশব প্ৰসাদ ৰজকে |মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থীৰ লগতে উপস্থিত আছিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ,এপিচিচিৰ সাধাৰণ সম্পাদক জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু তেওঁৰ সমৰ্থক ।Conclusion:পিছে কোনে শেষ হাঁহি মাৰে এয়াই হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.