ETV Bharat / state

আজি মহা শিৱৰাত্ৰি

author img

By

Published : Mar 4, 2019, 9:30 PM IST

মহাদেৱৰ আৰাধনাত মুখৰ সমগ্ৰ ৰাজ্য

আজি মহা শিৱৰাত্ৰি

পুৰুহিতৰ মন্ত্ৰোচাৰণ আৰু মংগলময় ধ্বনিৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ শিৱ মন্দিৰসমূহ ।ইয়াৰ মাজতে কিছু ব্যতিক্ৰমী ৰূপত পূজা-অৰ্চনা চলিছে ৰাজ্যৰ এটা বিশেষ মন্দিৰত ।য'ত
নীলকণ্ঠৰ চৰণত অৰ্পণ কৰা হৈছেশ শ নাৰিকল ।

আজি মহা শিৱৰাত্ৰি

এয়া কৰিমগঞ্জৰ আদমটিলা এলেকাত অৱস্থিত বস্তিলাইন সন্যাসী বাৰী মন্দিৰ । আজি পুৱাৰে পৰাই এই মন্দিৰত বৈছে ভক্তৰ লানি নিচিনা সোঁত । জনশ্ৰুতি অনুসৰি, এই মন্দিৰত সৎ মনেৰে নৈবেদ্য হিচাপে নাৰিকল আগবঢ়ালে নাৰিকল সমূহ নিজে নিজে ফুটিব ধৰে । আৰু যি ভক্তৰে আগবঢ়োৱা নাৰিকল ফুটিব সেই ভক্তৰে পূৰ্ণ হ'ব মনোকামনা ।

Slug : Coconut automaticaly broken.

কৰিমগঞ্জ জিলাৰ এখন বিশেষ শিৱ মন্দিৰ । আৰু বিশেষ এই মন্দিৰটো আছে আদমটিলা এলেকাত । মন্দিৰটো বস্তিলাইন শন্যাসী বাৰী হিচাপে খ্যাত । যত নৈবিদ্য হিচাপে আগ বঢ়োৱা হয় একো একোটা নাৰিকল । প্ৰচলন আছে ইয়াত সত মনেৰে নৈবদ্য হিচাপে নাৰিকল আগ বঢ়ালে নাৰিকল সমুহ নিজে নিজে ফুটিব ধৰে । প্ৰচলন আছে যি ভক্তৰ আগবঢ়োৱা নাৰিকল ফুটিব সেই ভক্তৰ ভাগ্য সুপ্ৰসন্ন হয় । আৰু মহা শিৱৰাত্ৰী উপলক্ষ্যে সেই মন্দিৰত আজি ভক্তৰ লানি নিচিনা সুত বৈছে । আজি পোৱাৰে পৰাই ভক্ত সকলে মহাদেৱৰ চৰনত নাৰিকল আগবঢ়াইছে ।
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.