ETV Bharat / state

বদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্যক জয়ী কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 28, 2021, 10:50 PM IST

দেওবাৰে বদৰপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ বিশ্বৰূপ ভট্টাচাৰ্যক জয়ী কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

cm sarbananda sonowal election campaign
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিৰ্বাচনী প্ৰচাৰ

কৰিমগঞ্জ,28 মাৰ্চ : কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্যৰ হৈ দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এইবেলি নিৰ্বাচনত বিশ্বৰূপ ভট্টাচাৰ্যক জয়ী কৰাব বুলি নিৰ্বাচনী ভাষণত প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ৷

দেওবাৰে দুপৰীয়া বদৰপুৰ ৰে’লৱে খেলপথাৰত নিৰ্বাচনী সভাত উপস্থিত হৈ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত দলীয় প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : বাতৰি কাকতৰ বিজ্ঞাপনত ভোল নাযাবলৈ ৰাজ্যবাসীলৈ আহ্বান অখিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.