ETV Bharat / state

বদৰপুৰৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

আজি কৰিমগঞ্জৰ বদৰপুৰস্থিত নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ মহাবিদ্যালয় খনৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সোণালী জয়ন্তী অনুষ্ঠান উ
সোণালী জয়ন্তী অনুষ্ঠান উ
author img

By

Published : Jan 30, 2020, 5:14 AM IST

বদৰপুৰ, 29 জানুৱাৰীঃ 50 বছৰ অতিক্ৰম কৰিলে কৰিমগঞ্জৰ বদৰপুৰস্থিত নবীন চন্দ্ৰ মহাবিদ্যালয়ে ৷ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আজি শিক্ষানুষ্ঠান খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ মহাবিদ্যালয়খনৰ শিক্ষক সকলে মুখ্যমন্ত্ৰীক আদৰণি জনাই তেওঁৰ আগত মহাবিদ্যালয়ৰ কেতবোৰ সমস্যাৰ বিষয় দাঙি ধৰে ৷ মহাবিদ্যালয় খনৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ উল্লেখ্য যে অনুষ্ঠানটিত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বৰাকৰ প্ৰায়কেইগৰাকী বিধায়ক ৷

বদৰপুৰৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান

লগতে পঢ়ক ঃ ধুবুৰীত দিবাস্বপ্ন হৈ পৰিছে ১০৮ নাওঁ এম্বুলেঞ্চ

Intro:নবীন চন্দ্ৰ মহা বিদ্যালয়ত সুবৰ্ণ জয়ন্তী অনুষ্ঠানত আজি বদৰপুৰত আহি পালে মুখ্যমন্ত্ৰী ।Body:বদৰপুৰ: -- কৰিমগঞ্জৰ ৱদৰপুৰ নবীন চন্দ্ৰ মহা বিদ্যালয়ত সুবৰ্ণ জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সানোয়ালৰ আশাৰ বাণী।উল্লেখ্য আজি ৱদৰপুৰৰ ঐতিহ্যবাহী নবীন চন্দ্ৰ মহা বিদ্যালয়ত সুবৰ্ণ জয়ন্তী অনুষ্ঠানৰ প্ৰধান অতিথি হিচাবে উপস্থিত হল মুখ্যমন্ত্ৰী । দুপৰীয়া দেড় টা বজাত আহাৰ কথা থাকিলে ও চাৰি টা বজাত সভাত উপস্থিত হয়। হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে ৰাতি পোৱাৰ পৰা মুখ্যমন্ত্ৰী চাবলৈ ৰৈ থাকে । মুখ্যমন্ত্ৰী ক আদৰণি জনালে কলেজ শিক্ষক সকলে আৰু কলেজৰ সমস্যা কথা দাঙি ধৰিলে কলেজ অধ্যক্ষ মৰ্তোজা হোসেন । পাছত মুখ্যমন্ত্ৰী তেওঁৰ শুভেচ্ছা বাৰ্তাত কলেজৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষক সকলক অশেষ ধন্যবাদ জনাই কলে ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য্য দেখি আৰু কলেজ পৰিকাঠামো দেখি তেওঁ নিজে আফুৰ্ত হৈ পৰিছে । লগতে এই মহা বিদ্যালয় অসমৰ নাম জিলিকাই ৰাখিব বুলি আশা প্ৰকাশ কৰিছে । আৰু কলেজ খন পৰ্যাপ্ত মাটি আৰু আন অসুবিধাৰ বোৰ শীঘ্ৰে সমাধানৰ আশ্বাস দিলে। অনুষ্ঠানত উপস্থিত আছিল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বৰাকৰ সব বিধায়ক । উল্লেখ্য বদৰপুৰ আজি প্ৰথম এটা মহা বিদ্যালয়ত সুবৰ্ণ জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰাত কৰিমগঞ্জ তথা বদৰপুৰ ৰাইজ উৎফুৰ্লিত হৈ পৰিছিল ।

স্বপ্নজিৎ নাথ বদৰপুৰ ই টিভি ভাৰতৰ অসম বদৰপুৰ Conclusion:বদৰপুৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.