ETV Bharat / state

কা সমৰ্থনত উত্তাল বদৰপুৰ - বৰাকৰ দুই সাংসদ ৰাজদ্বীপ ৰায় আৰু কৃপানাথ মাল্লা

বদৰপুৰত কা সমৰ্থনকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ ৷ সমৰ্থনকাৰীসকলে কা লাগিবই বুলি উল্লেখ কৰি অনুষ্ঠিত কৰে এখন সভা ৷

CAA SUPPORT PROGRAM
কা সমৰ্থনত উত্তাল বদৰপুৰ
author img

By

Published : Jan 26, 2020, 5:08 PM IST

কৰিমগঞ্জ,26জানুৱাৰী : শনিবাৰে নিশা বদৰপুৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰি তোলে কা সমৰ্থনকাৰীসকলে ৷ কা আমাক লাগিবই বুলি বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অনুষ্ঠিত কৰে এখন সভাৰ ৷ সভাত উপস্থিত থাকে বৰাকৰ দুই সাংসদ ৰাজদ্বীপ ৰায় আৰু কৃপানাথ মাল্লা, অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য ৷

অন্য এক খবৰৰ বাবে : অসম সম্পৰ্কে বিতৰ্কিত মন্তব্যঃ শ্বাৰজীল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

সভাত উপস্থিত থকা লোকসকলে কংগ্ৰেছক কঠোৰ ভাৱে সমালোচনা কৰে ৷ শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায় কয়, কংগ্ৰেছ দলে কেতিয়াও বিদেশী সমস্যা সমাধান কৰিব নোৱাৰে ৷ বিজেপি চৰকাৰে অনা এই আইনখন সন্দৰ্ভত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৰাইজৰ আগত ভুল ধাৰণা দাঙি ধৰি অসমৰ ৰাইজক মূৰ্খ সজাব বিচাৰিছে ৷

Intro:কা সমৰ্থনত বদৰপুৰ বিজেপি ৰণ ডঙ্কা Body:বদৰপুৰ :- কা আমাৰ লাগিব ই লাগিব এই স্লো গানে কপালে বদৰপুৰ । শনিবাৰে ৰাতি বদৰপুৰ বিজেপিৰ ডাকে নাগৰিকত্ব সংশোধনী বিলৰ সমৰ্থনত বিশাল জনসভা অনুষ্ঠিত হয় । সভাত উপস্থিত আছিল বৰাকৰ দুই সংসদ ৰাজদ্বীপ ৰায় আৰু কৃপানাথ মাল্লা । অসম ৰাজ্যিক উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য । উপস্থিত ৰাইজৰ আগতে কংগ্ৰেছৰ কঠোৰ সমালোচনা কৰি শিলচৰৰ সংসদ ৰাজদ্বীপ ৰায় ক'লে কংগ্ৰেছ দল কেতিয়াও বিদেশী সমস্যা সমাধান নকৰে । বিজেপি চৰকাৰৰ এই বিল আনিলে কংগ্ৰেছৰ নেতা পালি নেতা সকলে ৰাইজৰ আগত ভূল খবৰ দাঙি ধৰিছে কিন্তু ৰাইজক বুৰবক বনাবলৈ পৰা নাই ।কা বিৰোদ্দে যি হোক না কেন ৰাইজ আমাৰ লগতে আছে আমি ৰাইজৰ হিতে কা সমৰ্থনত কাম কৰি যাম বুলি সকিয়নী প্ৰদান কৰিছে ।

স্বপ্নজিৎ নাথ বদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.