ETV Bharat / state

সেমেকা পূজাৰ বজাৰঃআৰ্থিক সংকটত ব্যৱসায়ী

author img

By

Published : Sep 17, 2020, 8:01 AM IST

ব্যৱসায়ীসকলে জানিবলৈ দিয়া অনুসৰি,পূৰ্বৰ দৰে এইবেলি ভক্তৰ সমাগম যথেষ্ট কম ; যাৰ বাবে ব্যৱসায়ো বহু পৰিমাণে সীমিত হৈ পৰাৰ লগতে বহু লোকচান হোৱাৰ বাবে আৰ্থিক সংকটত পৰিছে এতিয়া ব্যৱসায়ী সকল ৷

Businessman in financial crisis of during puja
সেমেকা পূজাৰ বজাৰঃআৰ্থিক সংকটত ব্যৱসায়ী

কৰিমগঞ্জ,17 ছেপ্তেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে কৰ'ণা মহামাৰীৰ ফলত জুৰুলা হৈ পৰিছে ভাৰতবৰ্ষও ৷ দেশৰ অৰ্থনীতিত পৰিছে ব্যাপক প্ৰভাৱ ৷ তেনে এক ছবি দেখা পোৱা গ'ল ত্ৰিপুৰাত ৷ ক’ভিড-19 ৰ সংক্ৰমণৰ কাৰণে এইবাৰ পূজাৰ সামগ্ৰী তথা ফলমূল বিক্ৰীৰ ক্ষেত্ৰতো ব্যৱসায়ীসকল সন্মুখীন হৈছে বৃহৎ লোকচানৰ ৷

তদুপৰি পূজা উদযাপনৰ ক্ষেত্ৰত পূজা মণ্ডপত ভক্তৰ সমাগম সন্দৰ্ভত চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিয়ম ৷ যাৰ ফলশ্ৰুতিত পূজা মণ্ডপসমূহতো নাই কোনো ধৰণৰ উৎসাহ ৷ যাৰ উদাহৰণ পৰিলক্ষিত হ'ল ত্ৰিপুৰাৰ গৌমতী জিলাৰ লগতে ৱেলেক অঞ্চলত ৷ পূৰ্বৰ দৰে দেখা পোৱা নগ'ল বিশ্বকৰ্মা পূজাৰ আয়োজন ৷

আনহাতে ব্যৱসায়ীসকলে জানিবলৈ দিয়া অনুসৰি, পূৰ্বৰ দৰে এইবেলি ভক্তৰ সমাগম যথেষ্ট কম ; যাৰ বাবে ব্যৱসায়ো বহু পৰিমাণে সীমিত হৈ পৰাৰ লগতে বহু লোকচান হোৱাৰ বাবে এতিয়া আৰ্থিক সংকটত পৰিছে ব্যৱসায়ী সকল ৷

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.