কাছাৰ, 10 নৱেম্বৰ : কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ অধীনৰ হাতিছৰা ভোলানাথপুৰ গাঁৱৰ এগৰাকী 80 বছৰীয়া মহিলা ডি ভোটাৰ ৰূপে চিহ্নিত হৈছে ৷ সীমান্ত আৰক্ষীয়ে শেহতীয়াকৈ মহিলা গৰাকীৰ হাতত জাননী প্ৰেৰণ কৰিছে ৷

ইতিমধ্যে, ভাণ্ডাৰী দাস নামৰ মহিলা গৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে সীমান্ত আৰক্ষীয়ে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ