ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতা মাণিক সৰকাৰে সোমবাৰে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, শাসকীয় দলে নিজৰ বিফলতা ঢাকিবলৈ বিৰোধী দলৰ কৰ্মকৰ্তাৰ ওপৰত ফেচিষ্ট আক্ৰমণ আৰম্ভ কৰাৰ বাবে উদগনি যোগাইছে ৷

author img

By

Published : Dec 28, 2020, 3:54 PM IST

Tripura_Manik_Sarkar
বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ

নিউজ ডেস্ক, 28 ডিচেম্বৰ : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতা মাণিক সৰকাৰে সোমবাৰে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, শাসকীয় দলে নিজৰ বিফলতা ঢাকিবলৈ বিৰোধী দলৰ কৰ্মকৰ্তাৰ ওপৰত ফেচিষ্ট আক্ৰমণ আৰম্ভ কৰাৰ বাবে উদগনি যোগাইছে ৷

মাণিক সৰকাৰে কয় যে, "তেওঁলোকে (শাসকীয় দল) ৰাজনৈতিক, সাংগঠনিক আৰু আৰ্থিক দিশত অত্যাধিক বিফলতাৰ উদাহৰণ নিৰ্ধাৰণ কৰিছে আৰু সেয়েহে এতিয়া তেওঁলোকে বিপক্ষ দলৰ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । কিন্তু, মই স্পষ্ট কৰিব বিচাৰো যে, এই আক্ৰমণবোৰৰ জৰিয়তে কোনো দেশে বিশ্বত কমিউনিষ্ট সকলক সমাপ্ত কৰিব নোৱাৰে ৷"

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে, "যদি তেওঁলোকে সঁচাকৈয়ে যুঁজ দিব বিচাৰে, তেন্তে তেওঁলোকক প্ৰত্যুত্তৰ দিব পৰা ৰণনীতিৰে আহিব দিয়ক আৰু তেওঁলোকৰ আদৰ্শগত ভিত্তি শক্তিশালী কৰিব দিয়ক । আমি দীৰ্ঘদিন ধৰি ত্ৰিপুৰাত প্ৰশাসন চলাইছো ৷ যদি তেওঁলোকে অনুভৱ কৰে যে তেওঁলোক সৰ্বশ্ৰেষ্ঠ তেন্তে তেওঁলোকে ইয়াক প্ৰথমে জনসাধাৰণৰ পৰা শুনিব লাগিব । কিন্তু এই ক্ষেত্ৰত তেওঁলোক বিফল হৈছে আৰু এতিয়া আমাৰ সৈতে জড়িত হোৱা যুৱক-যুৱতীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷"

লগতে পঢ়ক: শিৱসাগৰত দুই বন্যহস্তীক হত্যাৰ কৰি গ্ৰেপ্তাৰ ছয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.