ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক - ৰাজ্যিক বিজেপি

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কাৰ্য নিৰ্বাহকৰ বাবে ইতিমধ্যে বৰাক উপত্যকাত আহি উপস্থিত হৈছেহি বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা-পালিনেতা ৷ এই সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দাঙি ধৰে বিগত পাঁচ বছৰৰ বিজেপিৰ উন্নয়নমূলক আঁচনিসমূহৰ কথা ৷

BJP State Executive meeting in karimganj assam etv bharat news
কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক
author img

By

Published : Dec 23, 2020, 4:54 PM IST

কৰিমগঞ্জ,23 ডিচেম্বৰ: কৰিমগঞ্জত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ বুধবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰে এই সভাৰ আৰম্ভ কাৰ্যসূচী আৰম্ভ কৰে ৷

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কাৰ্য নিৰ্বাহকৰ বাবে ইতিমধ্যে বৰাক উপত্যকাত আহি উপস্থিত হৈছেহি বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা-পালিনেতা ৷ এই সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দাঙি ধৰে বিগত পাঁচ বছৰৰ বিজেপিৰ উন্নয়নমূলক আঁচনিসমূহৰ কথা ৷ বিগত সময়ছোৱাত অৰ্থাৎ ৰাজ্যত চাৰে চাৰি বছৰত 9 খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা প্ৰকাশ কৰে দাসে ৷ লগতে কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰি বিজেপি কৰ্মীসকলক পৰৱৰ্তী নিৰ্বাচনলৈ সাজু হ’বলৈ আহ্বান জনাই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ জনতা ভৱনক এৰাই চলিছে বিপিএফৰ তিনি মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.