ETV Bharat / state

হিন্দু বঙালীৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতা - কংগ্ৰেছ

হিন্দু বঙালীৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সভাপতি ৰিপুণ বৰা ।

  কটু মন্তব্য  কৰি বিপদত কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতা !

author img

By

Published : Oct 17, 2020, 3:14 PM IST

কৰিমগঞ্জ, 17 অক্টোবৰ : উল্লেখ্য যে,সম্প্ৰতি কৰিমগঞ্জৰ এখন সভাত হিন্দু বঙালীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । কংগ্ৰেছ নেতা দুগৰাকীৰ এনে মন্তব্যক লৈ এতিয়া সৰব হৈ পৰিছে কৰিমগঞ্জৰ বিজেপি যুৱ মৰ্চাৰ সদস্য সকল ।

  কটু মন্তব্য  কৰি বিপদত কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতা !
কটু মন্তব্য কৰি বিপদত কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতা !

ইফালে শুকুৰবাৰে কৰিমগঞ্জ আৰু বদৰপুৰ বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে পুত্তলিকা দাহ কৰে ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাই । লগতে ৰকিবুল হুছেইন আৰু ৰিপুণ বৰা মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হয় । যুৱ মৰ্চাৰ কৰ্মীসকলে কংগ্ৰেছ নেতা দুগৰাকীক বঙালী হিন্দু সমাজৰ ওচৰত ক্ষমা খুজিবলৈ জনালে দাবী ৷ অন্যথা সময়ত ইয়াৰ পৰিনাম ভোগ কৰিব লাগিব বুলি সকিয়নি প্ৰদান কৰিলে যুৱ মৰ্চাৰ কৰ্মীসকলে।

লগতে পঢ়কঃজম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পনৰ ভিডিঅ' ভাইৰেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.