ETV Bharat / state

জন্মাষ্টমী উপলক্ষে বিশ্ব হিন্দু মহা পৰিষদৰ বিশাল শোভাযাত্ৰা

শিলচৰ আৰু বদৰপুৰত বিশ্ব হিন্দু পৰিষদে পৰিষদৰ প্ৰতিষ্ঠা বাৰ্ষিকী আৰু জন্মাষ্টমী উপলক্ষে আয়োজন এক বৃহৎ শোভাযাত্ৰাৰ ৷

Biswa Hindu Parishad celebrate Janmastami
author img

By

Published : Aug 24, 2019, 7:01 PM IST

শিলচৰ, 24 আগষ্ট : জন্মাষ্টমী উপলক্ষে শনিবাৰে শ্ৰী কৃষ্ণ গুণানুকীৰ্তনৰে মুখৰিত সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ ৷ ৰাজ্যখনৰ শিলচৰত বিশ্ব হিন্দু পৰিষদেও পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু জন্মাষ্টমী উপলক্ষে আয়োজন কৰে এক বৃহৎ শোভাযাত্ৰাৰ ৷

জন্মাষ্টমী উপলক্ষে বিশ্ব হিন্দু মহা পৰিষদৰ বিশাল শোভাযাত্ৰা

আনহাতে বদৰপুৰৰ শ্ৰীগৌৰি মাধবধামতো বিশ্ব হিন্দু পৰিষদে শনিবাৰে জন্মাষ্টমী আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰে এক বিশাল শোভাযাত্ৰাৰ ৷ বিশাল শোভাযাত্ৰাত অংশ লয় প্ৰজাপতি ব্ৰহ্ম কুমাৰী ,বজৰংদল,আৰু আন আন হিন্দু সংগঠনে । শ শ হিন্দু ধৰ্মাৱলম্বী মানুহৰ মিলনৰ ক্ষেত্ৰত পৰিণত হয় মাধবধাম । লগতে গো মাতা পূজা , ধৰ্ম সভা, ভজন কীৰ্ত্তন , শ্ৰী কৃষ্ণ পূজা ইত্যাদি অনুষ্ঠিত হয় ৷ জাকজমকীয়া পৰিবেশত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ ধৰ্ম সভাত ভাগ লয় শিলচৰৰ সংসদ ৰাজদ্বীপ ৰায় ,সংঘটন সভাপতি সিদ্বাৰ্থ শেখৰ দত্ত, ৰাজু পাল প্ৰমুখ ।

Intro:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ সকলো হিন্দু বঙালীৰ নাম অন্তৰ্ভুক্তিৰ দাবী উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদ ।Body:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ সকলো হিন্দু বঙালীৰ নাম অন্তৰ্ভুক্তিৰ দাবী উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদে। আজি শিলচৰত পৰিষদৰ প্ৰতিষ্ঠা বাৰ্ষিকী আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰিবলৈ গৈ বিএইচপি এই দাবী জনাইছে । তেওঁ লগতে যি সকল মুসলিম লোকে অবৈধ ভাবে এনাৰচিত নাম অন্তৰ্ভুক্ত কৰিছে হেই নামবোৰ বাদ দিয়াৰ দাবী জনাইছে । --বাইট

প্ৰতিষ্ঠা দিবস আৰু জন্মাষ্টমী পালন কৰিবলৈ গৈ আজি তেওঁ শিলচৰ চহৰৰ পাৰ্ক ৰোডৰ গান্ধী ভবনৰ সন্মূখৰ পৰা এক বৰ্ণাঢ্য শোভাযাত্ৰা আয়োজন কৰে। এই শোভাযাত্ৰা চহৰৰ চেন্ট্ৰল ৰোড, নাজিৰপট্টি, প্ৰেমতলা, হাচপাতাল ৰোড, নেতাজি সুভাষ চন্দ্ৰ বসু এভেন্যু, হাইলাকান্দি ৰোড হৈ আশ্ৰম ৰোডৰ গোবিন্দ বাড়ি গৈ সমাপ্তি ঘটে। ---বাইটConclusion: শোভাযাত্ৰা চহৰৰ চেন্ট্ৰল ৰোড, নাজিৰপট্টি, প্ৰেমতলা, হাচপাতাল ৰোড, নেতাজি সুভাষ চন্দ্ৰ বসু এভেন্যু, হাইলাকান্দি ৰোড হৈ আশ্ৰম ৰোডৰ গোবিন্দ বাড়ি গৈ সমাপ্তি ঘটে। ---বাইট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.