কৰিমগঞ্জ, 27 অক্টোবৰঃ মঙলবাৰে কৰিমগঞ্জত বিজয়া দশমীৰ দিনাই নতুনকৈ নিৰ্মাণ কৰা বাজাৰিছৰাৰ প্ৰতিমা বিসৰ্জন ঘাট উদ্বোধন কৰে বিজেপিৰ সভানেত্ৰী যোগময়া পালে।
ইপিনে ঘাটতোৰ উদ্ধোন কৰাৰ পিচতে মূৰ্তি বিসৰ্জনৰ সমদল আৰম্ভ হয়। উল্লেখযোগ্য যে, এই পূজাৰ ঘাটতো মেলাৰ কামতো ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া