ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত বাংলাদেশী যুৱক - কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক

নিলামবাজাৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ৷ ভাৰত বাংলাদেশ সংলগ্ন সাফালা গাঁৱৰ পৰা আটক কৰে বাংলাদেশী যুৱক জনক ৷ যুৱক জনৰ নাম মিহিৰ হুছেইন ৷

as_Karimganj_Bangladeshi_Citizen_Arrested_img_10036
কৰিমগঞ্জ আৰক্ষীৰ জালত বাংলাদেশী যুৱক
author img

By

Published : Dec 7, 2020, 10:53 PM IST

কৰিমগঞ্জ,7 ডিচেম্বৰ: কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ৷ গোপন সূত্ৰৰ পম খেদি নিলামবাজাৰ আৰক্ষীয়ে ভাৰত বাংলাদেশ সংলগ্ন সাফালা গাঁৱৰ পৰা আটক কৰে বাংলাদেশী যুৱক জনক ৷ বাংলাদেশৰ মৌলবীবজাৰ জিলাৰ বড়লেখা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰশাহীৰ যুৱক জনৰ নাম মিহিৰ হুছেইন ৷ কি কাৰণত যুৱক জনে অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰিলে তাৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে ৷

as_Karimganj_Bangladeshi_Citizen_Arrested_img_10036
কৰিমগঞ্জ আৰক্ষীৰ জালত বাংলাদেশী যুৱক

উল্লেখ্য যে, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ভাৰত আৰু বাংলাদেশ সীমান্ত উম্মুক্ত হৈ থকাৰ বাবেই প্ৰতিনিশা বাংলাদেশী লোকে সেই অঞ্চলেৰে ভাৰতত প্ৰৱেশ কৰে বুলিও স্থানীয় লোকে জনায় ৷

লগতে পঢ়ক: বাক্সাৰ দীঘেলীত ভোট কেন্দ্ৰত ধৰ্ণাত বহিল ভোটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.